• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মোদীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ সন্দৰ্ভত সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য

Nation NE by Nation NE
March 31, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মোদীৰ আৰ এছ এছৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ সন্দৰ্ভত সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয় কেশৱ কুঞ্জত উপস্থিত হয়। আৰ এছ এছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেডগেৱাৰ আৰু দ্বিতীয় সহ-সংঘচালক মাধৱ সদাশিৱ গোলৱালকাৰ (গুৰুজী)ৰ স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে তেওঁ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতকো সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁ দীক্ষা ভূমিত বাবা চাহেবকো শ্ৰদ্ধাঞ্জলি জনায়।

ইফালে, শিৱসেনা-(ইউবিটি)ৰ নেতা সঞ্জয় ৰাউতে প্ৰধানমন্ত্ৰীৰ নাগপুৰ ভ্ৰমণক আক্ৰমণ কৰি ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে অৱসৰ ল’ব বুলি দাবী কৰে।

সঞ্জয় ৰাউতে কয় যে, মোদীৰ পৰৱৰ্তী উত্তৰাধিকাৰী মহাৰাষ্ট্ৰৰ পৰাই হ’ব আৰু সংঘই এই সিদ্ধান্ত ল’ব। সংঘই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবেও সিদ্ধান্ত ল’ব।

ৰাউতে লগতে কয় যে, আৰ এছ এছৰ বিষয়ে তেওঁ দুটা কথাই বুজি পাইছে। প্ৰথমতে, সংঘ পৰিয়ালে দেশৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰে। দ্বিতীয়তে, প্ৰধানমন্ত্ৰী মোডী এতিয়া সময় শেষ হৈ গৈছে আৰু দেশে তেওঁৰ পৰিৱৰ্তন বিচাৰে।

ইফালে ৰাউতৰ এই অভিযোগ খণ্ডন কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাডনৱীছে। তেওঁ কয় যে, ২০২৯ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই হ’ব।

Tags: ModiPMSanjay Raut

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025