• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Nation NE by Nation NE
October 24, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ পৰা মহাকাশলৈ…. মোদী কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মহাকাশ খণ্ডৰ প্ৰসাৰৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিছে।

ইফালে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশক পুনৰবাৰ ডাঙৰ উপহাৰ প্ৰদান কৰিছে কেবিনেটে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা বিহাৰৰ সীতামড়ীলৈ ৰেলপথ নিৰ্মাণৰ অনুমোদন জনাইছে। নৰকটিয়াগঞ্জ ৰেলপথ ডাবল কৰাৰ কামো কৰা হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

ইফালে অন্ধ্ৰ প্ৰদেশতো ২৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰা হ’ব এই সকলোবোৰ প্ৰকল্প চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।

কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে কেন্দ্ৰীয় চৰকাৰে বিহাৰৰ পূব চম্পাৰণ আৰু পশ্চিম চম্পাৰণ জিলাক এক বৃহৎ উপহাৰ দিছে। অযোধ্যাৰ পৰা মাতা সীতাৰ জন্মস্থান সীতামড়ীলৈ প্ৰায় ২৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।

নেপাল সীমান্তৰ আশে-পাশে নিৰ্মাণ হ’বলগীয়া এই ৰেলপথে উত্তৰ বিহাৰ, মুজাফ্ফৰপুৰ, মিথিলাঞ্চল, পূব চম্পাৰণ, পশ্চিম চম্পাৰণৰ দৰে চহৰসমূহক সংযুক্ত কৰিব। এই প্ৰকল্পটো ৪৫৫৩ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হ’ব। ইয়াৰ উপৰি মিথিলাঞ্চলৰ উত্তৰ বিহাৰ আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে এটা বৃহৎ প্ৰকল্পৰ অনুমোদন জনোৱা হৈছে।

ইফালে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতীকো ডাঙৰ উপহাৰ দিছে। অমৰাৱতীৰ পৰা ৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণ কৰা হ’ব, যিয়ে ইয়াক ৫খন বৃহৎ চহৰৰ সৈতে সংযোগ কৰিব। ইয়াৰ ভিতৰত আছে বিজয়াৱাড়া, চেন্নাই, হায়দৰাবাদ।

আনহাতে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা নদীত নিৰ্মাণ হ’ব তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং। এই আঁচনিৰ অধীনত এই লাইনত এটা বিশাল মাল্টি-ম’ডাল লজিষ্টিক হাব নিৰ্মাণ কৰা হ’ব।

ইয়াৰ উপৰি চৰকাৰে দীপাৱলী আৰু ছট পূজাৰ বাবে ৭ হাজাৰ ৰে’ল চলাবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত দৈনিক দুই লাখ লোকে যাত্ৰা কৰিব পাৰিব।

মোদী চৰকাৰে ষ্টাৰ্টআপ ফৰ স্পেচৰ বাবে ১০০০ কোটি টকাৰ ভেঞ্চাৰ ফাণ্ডত অনুমোদন জনাইছে। এই পুঁজিৰ আবণ্টন কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছে। এই পুঁজিৰ জৰিয়তে মহাকাশ খণ্ডৰ ষ্টাৰ্টআপসমূহক সহায় আগবঢ়োৱা হ’ব।

Tags: Andhra PradeshBiharModi CabinetSpace

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025