• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 2, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। সকলোলৈ ইংৰাজী নৱবৰ্ষৰ অলেখ- অযুত শুভকামনা থাকিল। নতুন বছৰটো সকলোৰে বাবে মংগলময় হওক। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • নৱবৰ্ষৰ প্ৰথমটো অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ প্ৰথমখন বৈঠক। ‘নতুন দিনৰ আলাপ’ সমাপ্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰে। য’ত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সমগ্ৰ অসমৰ ১০০ খন বিদ্যালয় নিৰ্মাণৰ বাবে কেবিনেটে ৪৫৫ কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে। কেবিনেটে এম এম চি এইচ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে ১,২০১.১৬ কোটি টকাৰ সংশোধিক প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে।
  • সাজু বুলড’জাৰ, সাজু আৰক্ষী, সাজু প্ৰশাসন। আজি মধ্য অসমত বছৰৰ প্ৰথমটো উচ্ছেদ। ৫০ খন বুলডজাৰেৰে আজি চলোৱা হ’ব উচ্ছেদ অভিযান। ডবকাৰ যমুনা–মৌডংঙা সংৰক্ষিত বনাঞ্চলত চলিব এই উচ্ছেদ। প্ৰায় ৫ হাজাৰ বিঘা ভুমি বেদখলমুক্ত কৰিব বনবিভাগে।বন বিভাগৰ সংৰক্ষিত ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ ১২৫৮টা পৰিয়াল। পুৱাই উচ্ছেদ অভিযানৰ বাবে উপস্থিত হৈছে শ শ আৰক্ষী আৰু CRPF জোৱান। উদমাৰী খেল পথাৰত শ শ আৰক্ষী আৰু CRPF জোৱান মোতায়েন কৰা হৈছে।
  • ছুইজাৰলেণ্ডত নৱবৰ্ষৰ প্ৰথমটো দিনটেই সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণ। আৰক্ষীয়ে জনোৱা মতে, এতিয়ালৈকে ৪০ জন লোকৰ মৃত্যু হৈছে আৰু ১০০ জনতকৈ অধিক লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে। বিষয়াসকলে জনোৱা মতে, নিহত লোকসকল বিভিন্ন দেশৰ আৰু তেওঁলোকক সহায় কৰিবলৈ হেলিকপ্টাৰ আৰু এম্বুলেন্স সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে।
  • ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশৰ ৰাজনীতি অতি অস্থিৰ হৈ পৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ তথা আৱামী লীগৰ মুখ্য কৌশলবিদ ছাজিব ৱাজেদে অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইয়াৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছৰ বিৰুদ্ধে গণতন্ত্ৰক ভেঙুচালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে দেশৰ সৰ্ববৃহৎ দলটোক নিৰ্বাচনৰ পৰা বাদ দিয়াটো সংস্কাৰ নহয় বৰঞ্চ ইচ্ছাকৃত ৰাজনৈতিক ষড়যন্ত্ৰ। তেওঁ অভিযোগ কৰে যে অন্তৱৰ্তীকালীন চৰকাৰখনে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ভয় কৰে আৰু সেয়েহে ইচ্ছাকৃতভাৱে এটা শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কৰিছে।
  • নৱবৰ্ষৰ প্ৰথম দিনটোত মোদী চৰকাৰে দেশবাসীলৈ এক উল্লেখযোগ্য উপহাৰ আগবঢ়ায়। ৰে’ল মন্ত্ৰালয়ে প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ পথ মুকলিৰ ঘোষণা কৰে। কলকাতা, হাওৰা, গুৱাহাটী,আৰু কামাখ্যাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন। শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই থলুৱা প্ৰযুক্তিৰে নিৰ্মিত বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ চূড়ান্ত তীব্ৰবেগী পৰীক্ষামূলক কাম সফলতাৰে সমাপ্ত কৰিছে। এই পৰীক্ষা কোটা-নাগদা অংশত কৰা হৈছিল, য’ত ৰে’লখনে ঘণ্টাত ১৮২ কিলোমিটাৰ গতিবেগ লাভ কৰিছিল। এই পৰীক্ষা ৰে’ল সুৰক্ষা আয়ুক্তৰ তত্বাৱধানত কৰা হৈছিল।
Tags: Latest newsmorning newsNews

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025