• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 5, 2026
29 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
June 4, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

৫ জুনত  ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। মন্ত্ৰীসভাত কোন কোন বিধায়কে স্থান লাভ কৰিব ইয়াকে লৈ ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি। ইতিমধ্যে চূড়ান্ত হৈছে মন্ত্ৰীসভাৰ তালিকা। আজি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা। মন্ত্ৰীসভাত নতুন মুখে স্থান পাব নে নাই তাক লৈও চৰ্চা। কাইলৈ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান পৰিচালনাৰ বাবে ৮গৰাকী ACS বিষয়াক দায়িত্ব।

৩০ শতাংশ কৰ্তন কৰা হ’ব চৰকাৰী কৰ্মচাৰীৰ দৰমহা। অহা ছমাহলৈ ৩০ শতাংশ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ। মধ্য প্ৰাচ্যত চলা যুদ্ধৰ ফলত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে BTC চৰকাৰে। BTCৰ সকলো কাৰ্যবাহী সদস্য তথা পাৰিষদসকলৰ দৰমহা ৩০ শতাংশ কৰ্তন কৰা হ’ব। BTCৰ সচিবালয়ত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বিহাৰৰ মুজাফ্ফৰপুৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। ৪ জুনৰ পুৱা প্ৰায় ৩:০০ বজাত মুজাফ্ফৰপুৰৰ সৰ্ববৃহৎ চিকিৎসালয় প্ৰসাদ হাস্পতালৰ ICU ত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ পিছত ধোঁৱাই আৱৰি ধৰে চিকিৎসালয়খন। ইতিমধ্যে ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও ইয়াৰে ৩জনৰ মৃত্যু নিশ্চিত কৰা হৈছে। বাকী ১২ গৰাকীক চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইৰাণ যুদ্ধক লৈ এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক ব্যৱস্থা সীমিত কৰাৰ লক্ষ্যৰে আমেৰিকাৰ কংগ্ৰেছে ৱাৰ পাৱাৰছ ৰিজ’লিউচন গৃহীত কৰিছে। এই পদক্ষেপক ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে দেখা গৈছে, কিয়নো ৰিপাব্লিকান দলৰ কিছুমান সাংসদে ডেম’ক্ৰেটসকলৰ সৈতে যোগ দি ইয়াক সমৰ্থন কৰিছে।

Tags: Latest newsmorning newsnews update

Related Posts

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য
Top News

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

June 5, 2026
টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…
Top News

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

June 5, 2026
ক্ষমতা হেৰুৱালে, এইবাৰ হেৰুৱাব নেকি দল? বংগত তীব্ৰতৰ “মহাৰাষ্ট্ৰ মডেল”ৰ আলোচনা…
Top News

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

June 5, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
আন্তঃ ৰাষ্ট্ৰীয়

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 5, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 5, 2026

শীৰ্ষ সংবাদ

বিদ্যালয়ৰ আঁৰত মাদ্ৰাছা-হোষ্টেল চলোৱাৰ অভিযোগ, তদন্তত পোহৰলৈ বহু অনিয়মৰ তথ্য

টি-২০ৰ অধিনায়কত্বৰ সলনি! বিপদত সূৰ্যকুমাৰ যাদৱ, দৌৰত আগবাঢ়িছে শ্ৰেয়াছ আয়াৰ…

৯ গৰাকীৰ ভিতৰত কেইগৰাকীয়ে ত্যাগ কৰিলে মমতা বেনাৰ্জীক? পিছ পৰি ৰোৱা নাই মুছলমান বিধায়ক…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025