• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
January 16, 2026
in Top News, অসম
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • মাত্ৰ ১২ মাহতে পৱিত্ৰ কোৰান মুখস্থ কৰি গৌৰৱ কঢ়িয়ালে সপ্তম শ্ৰেণীৰ ২ ছাত্ৰই। মেহেবুব আলম আৰু আব্দুল ৱাজিদ নামৰ দুই ছাত্ৰৰ সফলতা। কেন্দুগুৰিৰ মাৰ্কজ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ মেহেবুব আৰু আব্দুল। মেধাৱী ছাত্ৰ দুয়োজনকে সম্বৰ্ধনা জনালে বিদ্যালয় কৰ্তৃপক্ষই। মেহেবুব আলম আৰু আব্দুল ৱাজিদক লৈ গৌৰাৱান্বিত হৈ পৰিছে অঞ্চলবাসী।
  • অসমীয়া ছবিজগতৰ বাবে ভালখবৰ। ৭৬ সংখ্যক বাৰ্লিনেল-২০২৬ত ৱৰ্ল্ড প্ৰিমিয়াৰৰ বাবে বাছনি ৰীমা দাসৰ ছবি ‘NOT A HERO’। বিশ্বৰ ৩১ খন দেশৰ ভিতৰত ৩০খন ছবিৰ ভিতৰত স্থান লাভ ৰীমা দাসৰ এই নতুন ছবিখনৰ।। অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত নির্মাণ হোৱা ‘নট এ হিৰ”ৰ সফলতাৰে ৰীমা দাসে সাম্প্রতিক ভাৰতীয় চিনেমাৰ এক অতি বলিষ্ঠ কণ্ঠৰূপে নিজকে প্রতীয়মান কৰিছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি পৰিচালকগৰাকীৰ এই ছবিখনত অভিনয় কৰে ‘তৰাছ হাজবেণ্ড’ত আত্মাপ্ৰকাশ কৰা অভিনেতা ভূমন দাসে।
  • অসমক প্ৰতিনিধিত্ব কৰি হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে লংকাৰ ৩ কিশোৰীয়ে। ১৪ বছৰ অনুৰ্দ্ধৰ অসম ক্ৰিকেট দলৰ হৈ খেলি সফলতা অৰ্জন লংকাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ দিপাঞ্জলী চাহু,কষল্যা চাহু আৰু ৰিত্তিকা মালাকাৰ নামৰ ৩ কিশোৰীৰ। এই ক্ৰিকেট দলৰ কেপ্তেইন হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে হোজাইৰ কষল্যা চাহুৱে। কংকণ দাস নামৰ এগৰাকী উদীয়মান যুৱকৰ প্ৰচেষ্টাত এই তিনিগৰাকী কিশোৰীয়ে নিজৰ চেষ্টাৰ বলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
  • নিজ সমষ্টিতে এইবাৰ নিষিদ্ধ হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিমক লৈ বিৰূপ মন্তব্য কৰি বিপদত পৰিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে প্ৰদ্যুৎ বৰদলৈ বেনাৰত সানি দিছে ক’লা ৰং। লগতে প্ৰতিবাদত উত্তপ্ত হৈ পৰিছে নগাঁৱৰ মৈৰাবাৰী অঞ্চল।
  • ইৰাণত দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে ১৫ জানুৱাৰীত আমেৰিকাই তেহৰাণৰ বিৰুদ্ধে পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে। আমেৰিকাৰ কোষাগাৰ বিভাগৰ মতে, প্ৰতিবাদ দমন কৰাৰ অভিযোগত অভিযুক্ত ইৰাণৰ বিষয়াসকলৰ উপৰিও ইৰাণৰ জাহাজ, বাণিজ্যিক, শক্তি কোম্পানীসমূহৰ ওপৰতো আমেৰিকাই নতুন নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰতিবাদকাৰীৰ বিৰুদ্ধে হোৱা দমন আৰু হিংসা আৰু কোটি কোটি ডলাৰৰ তেলৰ ৰাজহৰ অপব্যৱহাৰৰ বাবে ইৰাণৰ ১৮ জন বিষয়াক দায়ী বুলি অভিযোগ কৰি ট্ৰাম্প প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। এই ব্যক্তিসকলে তেল আৰু পেট্ৰ’কেমিকেলৰ ৰাজহৰ অবৈধ ৰপ্তানি আৰু ধন সৰবৰাহৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হৈছে।
Tags: Latest newsmorning newsnews update

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025