• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 28, 2026
28 °c
Guwahati
27 ° Sat
29 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
March 6, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।
  • কাৰ্বি আংলঙৰ এক দূৰ্গম পাহাৰীয়া এলেকাত ৫ মাৰ্চৰ সন্ধিয়া দুৰ্ঘটনাগ্ৰস্ত হয় এখন যুঁজাৰু বিমান। বোকাজানৰ চকীহোলাত দুৰ্ঘটনাগ্ৰস্ত ছুখয় SU-30MKI বিমান। বৰ্তমানেও সন্ধানহীন হৈ আছে যুদ্ধ বিমানখনৰ পাইলট। গোলাঘাট-কাৰ্বি আংলং সীমান্তৱৰ্তী চকীহোলাৰ ৰংশ্লাঙত এই দুৰ্ঘটনা। বৃহস্পতিবাৰে প্ৰায় ৭.৪২ বজাত যুদ্ধবিমানখন ৰাডাৰৰ সৈতে সংযোগ বিচ্ছিন্ন হোৱাৰ পাছত নিখোজ হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানেও বায়ুসেনা বাহিনীৰ ২০-৩০ জনকৈ উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত।
  • সঞ্জু চেমছনৰ আকৰ্ষণীয় ফিল্ডিঙৰ লগতে সমগ্ৰ টীমটোৰ দুৰ্দান্ত প্ৰদৰ্শনত আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰে টীম ইণ্ডিয়াই।এই জয়েৰে টীম ইণ্ডিয়াই প্ৰতিযোগিতাখনৰ ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় দলটোৱে এতিয়া ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব। ২০০৭ আৰু ২০২৪ চনৰ পিছত ভাৰতৰ এইখন তৃতীয় আইচিচি টি-২০ বিশ্বকাপৰ ফাইনেল।
  • ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। ইফালে ইজৰাইলৰ বায়ুসেনাই এই পৰ্যন্ত ইৰাণৰ ওপৰত ৫ হাজাৰৰো অধিক অস্ত্ৰ-শস্ত্ৰ আৰু বোমা নিক্ষেপ কৰা বুলি দাবী কৰিছে। ইজৰাইলৰ বায়ুসেনাৰ মতে, এই আক্ৰমণৰ মূল কেন্দ্ৰবিন্দু হৈছে ৰাজধানী তেহৰাণ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ। খবৰ অনুসৰি ইজৰাইলে কয় যে, এই আক্ৰমণৰ লক্ষ্য ইৰাণৰ সামৰিক আন্তঃগাঁথনি আৰু কৌশলগত স্থানক লক্ষ্য কৰি লোৱা হৈছে।
  • মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মধ্যস্থতা কৰিবলৈ চীনে প্ৰেৰণ কৰিব বিশেষ দূত। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীয়ে বুধবাৰে চৌদি আৰব আৰু ইউ এ ইৰ সমকক্ষসকলৰ সৈতে হোৱা ফোন কলৰ জৰিয়তে এই কথা ঘোষণা কৰে। খবৰ অনুসৰি, চীনৰ মতে মধ্যপ্ৰাচ্যত বৰ্তমান সংঘাত অতি তীব্ৰতৰ হৈছে। চীন মন্ত্ৰালয়ে ৱাঙৰ উদ্ধৃতি দি ছৌদি মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, চীনে চৌদি আৰৱৰ সংযম আৰু শান্তিপূৰ্ণ উপায়েৰে মতানৈক্য সমাধানৰ বাবে জোৰ দিয়াৰ শলাগ লৈছে।
Tags: daily updatemorning newsnews update

Related Posts

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী
Top News

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

May 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 28, 2026
নিৰ্বাচনৰ পিছতে গ্ৰাহকৰ মাজত লাগিল হাহাকাৰ, জানক কোনবিধ সামগ্ৰীত কিমান টকাকৈ বাঢ়িল বস্তুৰ দাম…
Top News

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

May 27, 2026
বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
Top News

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

May 27, 2026

শীৰ্ষ সংবাদ

চলন্ত ৰে’লত উদ্ধাৰ ১.২২ কোটি টকা, নোটৰ বাণ্ডিল দেখি স্তম্ভিত আৰক্ষী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে ভাইৰেল ওড়িশাৰ ‘দেশী জুগাড’; ইন্ধনবিহীন বাহনে কৰিছে দৃষ্টি আকৰ্ষণ

বাংলাদেশত সুৰক্ষিত নহয় মহিলা সাংবাদিক! এক নতুন অধ্যয়নত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025