• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 24, 2026
29 °c
Guwahati
25 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মাউণ্ট এভাৰেষ্টত আৱদ্ধ প্ৰায় ১০০০ পৰ্বতাৰোহী; উদ্ধাৰ অভিযান অব্যাহত

Nation NE by Nation NE
October 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
মাউণ্ট এভাৰেষ্টত আৱদ্ধ প্ৰায় ১০০০ পৰ্বতাৰোহী; উদ্ধাৰ অভিযান অব্যাহত
Share on FacebookShare on TwitterWhatsApp

মাউণ্ট এভাৰেষ্টৰ তিব্বতী দিশত বৰফৰ ধুমুহাৰ ফলত আৱদ্ধ হৈ থকা প্ৰায় ১০০০ লোকৰ উদ্ধাৰ অভিযান অব্যাহত আছে। ৪৯০০ মিটাৰতকৈও অধিক উচ্চতাত অৱস্থিত এই বৰফে যাতায়াতৰ পথসমূহ বন্ধ কৰি দিছে। ইতিমধ্যে শ শ স্থানীয় গাঁওবাসী আৰু উদ্ধাৰকাৰী দলক আৱদ্ধসকলক মুকলি কৰিবলৈ নিয়োগ কৰা হৈছে। সম্প্ৰতি ৩৫০ গৰাকী পৰ্বতাৰোহীক গাঁওবাসী আৰু উদ্ধাৰকাৰী দলে উলিয়াই আনিছে।

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে একাংশ পৰ্যটকক উদ্ধাৰ কৰা হৈছে।৮,৮৪৯ মিটাৰতকৈ অধিক উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট চীনত মাউণ্ট ক’মোলাংমা নামেৰে জনাজাত।

স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, প্ৰচণ্ড বৰফ পৰাৰ বাবে পৰ্বতাৰোহণৰ কাম সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। এভাৰেষ্ট আৰু ইয়াৰ আশে-পাশে পৰ্বতাৰোহণৰ বাবে অক্টোবৰ মাহত আটাইতকৈ নিৰাপদ মাহ বুলি গণ্য কৰা হয়, যেতিয়া উষ্ণতা মধ্যমীয়া আৰু আকাশ পৰিষ্কাৰ।

ইফালে নেপালতো ধাৰাসাৰ বৰষুণৰ বাবে বানপানী আৰু ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ প্ৰাণ হেৰুৱাইছে। ইফালে দক্ষিণ চীনতো স্থলপথত প্ৰৱেশ কৰিছে মাটমো আমফানে। ধুমুহাৰ পূৰ্বে স্থানীয় কৰ্তৃপক্ষই দক্ষিণ প্ৰদেশ গুৱাংডং আৰু হাইনানৰ পৰা প্ৰায় ৩ লাখ ৪৭ হাজাৰ লোকক উলিয়াই আনিছে, যাৰ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত সৰ্বোচ্চ ১৫১ কিলোমিটাৰ।

Tags: HimalayaMount Everest

Related Posts

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য
Top News

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026

শীৰ্ষ সংবাদ

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025