• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশা দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা; কৰুণ মৃত্যুক সাৱটিলে ১৮ গৰাকীয়ে

Nation NE by Nation NE
February 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিশা দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা; কৰুণ মৃত্যুক সাৱটিলে ১৮ গৰাকীয়ে
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। যাত্ৰীৰ অত্যধিক ভিৰৰ বাবে ১৪ আৰু ১৫ নম্বৰ প্লেটফৰ্মত হোৱা হেঁচা-ঠেলাত দুৰ্ভাগ্যজনকভাৱে ১৮ জন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন বহু লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, মহাকুম্ভ মেলালৈ যাবৰ বাবে ষ্টেচনটোত গোট খাইছিল হাজাৰ-হাজাৰ লোক। ১৩-১৪ নম্বৰ প্লেটফৰ্মত জনসমাগম ইমানেই বৃদ্ধি পাই যে একাংশ লোকে শ্বাহৰুদ্ধ হৈ পৰে। ইয়াৰ উপৰি এই লোকসকলে ৰে’লত উঠিবলৈ হেতাওপৰা লগোৱাৰ ফলতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।

এই ঘটনাটোত মৃত্যু হোৱা লোকৰ ভিতৰত অধিকাংশই হৈছে মহিলা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মৃতসকলৰ ভিতৰত আছে ১৪ গৰাকী মহিলা আৰু চাৰিটা শিশু।

ইফালে শনিবাৰে নিশা নতুন দিল্লী ৰে’লৱে ষ্টেচনত সংঘটিত মৰ্মান্তিক ঘটনাত প্ৰাণ হানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিষয়াসকলৰ উপস্থিতিত উদ্ধাৰ আৰু সহায় আগবঢ়োৱা হৈছে।

ঘটনা সন্দৰ্ভত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিল্লী আৰক্ষী আৰু আৰ পি এফে নতুন দিল্লী ৰে’ল ষ্টেচনত উপস্থিত হৈছে। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু হঠাতে বৃদ্ধি পোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ৰে’ল চলোৱাৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে পদপিষ্টৰ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে প্ৰতিগৰাকী মৃতকৰ আত্মীয়লৈ ১০ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।

Tags: #StampedeNew DelhiRail Station

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025