• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোকসভাত উত্থাপন নতুন আয়কৰ বিধেয়ক; হ’ব বৃহৎ পৰিৱৰ্তন

Nation NE by Nation NE
February 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
লোকসভাত উত্থাপন নতুন আয়কৰ বিধেয়ক; হ’ব বৃহৎ পৰিৱৰ্তন
Share on FacebookShare on TwitterWhatsApp

আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত নতুন আয়কৰ বিধেয়ক ২০২৫ উত্থাপন কৰে। ইয়াৰ পূৰ্বে চলিত মাহৰে ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই বিধেয়কখনক মঞ্জুৰি প্ৰদান কৰিছিল। এই নতুন বিধেয়কখনে প্ৰায় ৬০ বছৰীয়া পুৰণি আয়কৰ আইনৰ বিলুপ্তি ঘটাব আৰু কৰ ব্যৱস্থাক সহজ, স্বচ্ছ আৰু অধিক ফলপ্ৰসূ কৰি তুলিব।

কি থাকিব নতুন আয়কৰ বিধেয়কত 

‘কৰ বৰ্ষ’ : নতুন বিধেয়কত ‘এছেছমেণ্ট ইয়েৰ’ৰ বিপৰীতে ‘টেক্স ইয়েৰ’ শব্দ ব্যৱহাৰ কৰা হ’ব।

নতুন ব্যৱসায়ৰ বাবে কৰ বছৰ : যদি কোনো লোকে নতুন ব্যৱসায় আৰম্ভ কৰে, তেন্তে তাৰ কৰ বছৰ সেই তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু একেটা বিত্তীয় বৰ্ষৰ শেষত শেষ হ’ব।

আইনী ভাষাৰ উন্নতি : নতুন বিধেয়কখনত আইনী চৰ্তসমূহ সৰল আৰু চুটি কৰা হৈছে, যাৰ ফলত ইয়াক বুজিবলৈ সহজ হৈ পৰিব।

আইনী নথি চুটি : পুৰণি ৮২৩ পৃষ্ঠাৰ বিপৰীতে ৬২২ পৃষ্ঠাত নতুন আয়কৰ বিধেয়ক প্ৰস্তুত কৰা হৈছে।

অধ্যায় আৰু ধাৰা বৃদ্ধি : বিধেয়কখনৰ অধ্যায়ৰ সংখ্যা ২৩টা হৈয়ে আছে যদিও ধাৰাসমূহৰ সংখ্যা ২৯৮টাৰ পৰা ৫৩৬টালৈ বৃদ্ধি পাইছে।

সূচী বৃদ্ধি : সূচীৰ সংখ্যা ১৪ৰ পৰা ১৬লৈ বৃদ্ধি কৰা হৈছে।

জটিল বিধান আঁতৰোৱা : পুৰণি আইনত থকা জটিল ব্যাখ্যা আৰু বিধানসমূহ আঁতৰোৱা হৈছে, যাৰ ফলত ইয়াক বুজাত সহজ হৈ পৰিব।

ভাৰ্চুৱেল ডিজিটেল সম্পত্তিৰ ওপৰত কঠোৰ নিয়ম : ক্ৰিপ্টোকাৰেন্সিৰ দৰে ভাৰ্চুৱেল ডিজিটেল সম্পত্তি এতিয়া অপ্ৰকাশিত আয়ৰ অধীনত বিবেচনা কৰা হ’ব।

কৰ ফাঁকি ৰোধৰ ব্যৱস্থা : কৰ ফাঁকি ৰোধৰ বাবে ডিজিটেল লেনদেন আৰু ক্ৰিপ্টো সম্পত্তিৰ ওপৰত কঠোৰ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে।

Tags: Income Tax BillLok SabhaNirmala Sitharaman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025