• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ পদক্ষেপত শংকিত পাকিস্তানী সেনা; বিদেশলৈ পলায়ন সেনা প্ৰধানৰ পৰিয়াল

Nation NE by Nation NE
April 25, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ পদক্ষেপত শংকিত পাকিস্তানী সেনা; বিদেশলৈ পলায়ন সেনা প্ৰধানৰ পৰিয়াল
Share on FacebookShare on TwitterWhatsApp

পেহেলগামত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈ সন্ত্ৰস্ত হৈ পৰিছে পাকিস্তানী সেনা। ভাৰতৰ হুংকাৰৰ পিছতেই পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আছিম মুনীৰৰ পৰিয়ালে নিৰাপদ আশ্ৰয় বিচাৰি বিদেশলৈ পলায়ন কৰাৰ খবৰ আহিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি, পাকিস্তানৰ সেনা প্ৰধানৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ সেনা বিষয়াৰ পৰিয়ালে ব্যক্তিগত বিমানেৰে বিদেশলৈ পলায়ন কৰিছে। জানিব পৰা অনুসৰি, এইসকল পৰিয়ালে ব্ৰিটেইন আৰু নিউ জাৰ্ছিত আশ্ৰয় লৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনীৰে এটা ভাৰত বিৰোধী মন্তব্য কৰিছিল আৰু ইয়াৰ কিছুদিন পিছতেই অৰ্থাত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে ২৮ গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে হত্যা কৰিছিল।

ইফালে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভাৰতৰ সকলো ৰাজনৈতিক দলো এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আছে বুলি মন্তব্য কৰিছে।

পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশখনৰ সৈতে কৰা সিন্ধু জল চুক্তি বাতিল কৰিছে। বন্ধ কৰি দিয়া হৈছে আটৰী সীমান্ত। পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰি ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে।

Tags: Army ChiefAsim MunirPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025