• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক পাক সেনাৰ; কেইবাজনো লোকৰ মৃত্যুৰ খবৰ

Nation NE by Nation NE
October 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আফগানিস্তানত পুনৰ এয়াৰ ষ্ট্ৰাইক পাক সেনাৰ; কেইবাজনো লোকৰ মৃত্যুৰ খবৰ
Share on FacebookShare on TwitterWhatsApp

বিগত কিছুদিন ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। ইয়াৰ মাজতে খবৰ প্ৰকাশ পাইছে যে বুধবাৰে পাকিস্তানে পুনৰবাৰ আফগানিস্তানত বিমান আক্ৰমণ চলায়। এইবাৰ পাকিস্তানে আফগানিস্তানৰ কান্দাহাৰক লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে।

এই বিমান আক্ৰমণত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন বহু লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আক্ৰমণত বহু কেইজন তালিবান যোদ্ধাও নিহত হোৱাৰ খবৰ পোৱা গৈছে।

ইণ্টাৰ চাৰ্ভিছ পাব্লিক ৰিলেশ্যনছৰ তৰফৰ পৰা এই আক্ৰমণৰ তথ্য সদৰি কৰে। তেওঁলোকৰ বিবৃতি অনুসৰি বুধবাৰে পুৱা আফগান তালিবানে বোল্ডক অঞ্চলৰ চাৰিটা স্থানত আক্ৰমণ কৰে। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ পাকিস্তান আৰ্মীয়ে চলোৱা প্ৰত্যাক্ৰমণত ১৫ৰ পৰা ২০ গৰাকীকৈ আফগান তালিবানী নিহত হোৱাৰ লগতে আন বহু লোক গুৰুতৰভাৱে আহত হৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে যেতিয়া পাকিস্তানে আফগানিস্তানত আক্ৰমণ কৰিছিল তেতিয়া আফগানিস্তানৰ তৰফৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তালিবানৰ মুখপাত্ৰ জবিহুল্লাহ মুজাহিদে পাকিস্তানক সকীয়াই দিছিল। পাকিস্তানৰ আক্ৰমণৰ তীব্ৰ প্ৰত্যাক্ৰমণ কৰা হ’ব বুলিও হুংকাৰ দিছিল তালিবানে।

Tags: AfghanistanAIR STRIKEPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025