• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুভৰিৰ যাদুৰে ভাৰতৰ ফুটবল ক্ষেত্ৰত উজলিছে এগৰাকী অসম সন্তান

নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত পাৰ্থিৱ

Nation NE by Nation NE
October 27, 2024
in Top News, অসম, ক্ৰীড়া
0 0
দুভৰিৰ যাদুৰে ভাৰতৰ ফুটবল ক্ষেত্ৰত উজলিছে এগৰাকী অসম সন্তান
Share on FacebookShare on TwitterWhatsApp

দুভৰিৰ যাদুৰে ভাৰতৰ ফুটবল ক্ষেত্ৰত উজলিছে এগৰাকী অসম সন্তান। নাম পাৰ্থিৱ সুন্দৰ গগৈ। অপূৰ্ব ক্ৰীড়াশৈলী প্ৰদৰ্শনেৰে বিশেষজ্ঞৰ পৰা ভূয়শী প্ৰশংসা আদায় কৰিবলৈ সক্ষম হোৱা পাৰ্থিৱে পুনৰবাৰ মুগ্ধ কৰিলে সকলো ফুটবল অনুৰাগীকে।

গুৱাহাটীত অক্টোবৰৰ শীতাৰ্ত সন্ধিয়া নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে সৰুসজাইস্থিত ইণ্ডিৰা গান্ধী ষ্টেডিয়ামত আই এছ এলৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত জামছেদপুৰ এফ চিক ৫-০ গ’লত ধৰাশায়ী কৰে। শনিবাৰৰ মেচখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই পাৰ্থিৱে দুটাকৈ গ’ল প্ৰদান কৰে।

এই বৃহৎ জয়ৰ সময়তে নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰতিভাৱান খেলুৱৈ তথা অসম সন্তান পাৰ্থিৱ গগৈয়ে ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়।

গগৈ এতিয়া সকলো প্ৰতিযোগিতাতে নিজৰ নামত ১৬টা গ’ল দি নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হৈছে। আমোদজনক কথাটো হ’ল যে ক্লাবৰ সৈতে সংযুক্ত হোৱা তৃতীয়টো ছিজনতে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে।

নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ প্ৰদান কৰা ১৬টা গ’লৰ ভিতৰত আছে আই এছ এলত ১০টা, ডুৰাণ্ড কাপত ৫টা আৰু ছুপাৰ কাপত এটা।

কেৱল এয়াই নহয় আই এছ এল ইতিহাসত ২২ বছৰ বয়সৰ পূৰ্বে ১০টা গ’ল দিয়াও প্ৰথমজন খেলুৱৈ হিচাপে বিৰল অভিলেখৰ গৰাকী হয় পাৰ্থিৱ।

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ গড়গাঁৱত জন্মলাভ কৰা পাৰ্থিৱে নিজৰ পিতৃৰ কোচিং চেণ্টাৰৰ পৰাই আৰম্ভ কৰিছিল ফুটবলৰ আদিপাঠ। ইয়াৰ পিছতেই তেওঁ বাংগালুৰুলৈ স্থানান্তৰিত হয় আৰু তাৰ অজন ফুটবল একাডেমী প্ৰশিক্ষণ গ্ৰহণ কৰে।

তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ হয় ইণ্ডিয়ান এৰোজত। ইয়াত দুবছৰ অতিবাহিত কৰাৰ সমান্তৰালকৈ তেওঁ ভাৰতৰ অনূৰ্ধ্ব ২০ দলৰ হৈও নিয়মিতভাৱে খেলি যায়।

২০২২ চনত তেওঁ নৰ্থ-ইষ্ট ইউনাইটেডৰ সৈতে চুক্তিবদ্ধ হয় আৰু এই দলটোৰ হৈয়ে তেওঁ এটাৰ পিছত আন এটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

পেছাদাৰী ফুটবলত ইতিমধ্যেই প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা পাৰ্থিৱে ছিনিয়ৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ উপৰি ছিনিয়ৰ দলৰ অধিনায়কত্ব লাভৰ দুৰ্বাৰ হেঁপাহ মনত পুঁহি ৰাখিছে।

বুদ্ধিদীপ্ত ক্ৰীড়া নৈপুণ্যৰে বিপক্ষ দলৰ প্ৰতিগৰাকী খেলুৱৈক শলঠেকত পেলাবলৈ সক্ষম হৈ উজলি উঠা প্ৰচুৰ সম্ভাৱনাময় পাৰ্থিৱক লৈ এতিয়া গৌৰৱান্বিত অসমৰ প্ৰতিগৰাকী ক্ৰীড়ানুৰাগী।

Tags: #AssamFootballISLNEUFCParthib Gogoi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025