• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পেৰালিম্পিকছত ভাৰতৰ অষ্টমটো পদক; যোগেশ কাখুনিয়াৰ ৰূপৰ পদক অৰ্জন

Nation NE by Nation NE
September 2, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
পেৰালিম্পিকছত ভাৰতৰ অষ্টমটো পদক; যোগেশ কাখুনিয়াৰ ৰূপৰ পদক অৰ্জন
Share on FacebookShare on TwitterWhatsApp

পেৰিছ পেৰালিম্পিকছত ভাৰতলৈ আন এটা পদক। পেৰা-এথলীট যোগেশ কাথুনিয়াই ডিচকাছ থ্ৰোত দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছে।

এই পদকৰ সৈতে ভাৰতৰ এই পেৰালিম্পিকছত পদকৰ সংখ্যা ৮ লৈ বৃদ্ধি পাইছে। অৱশ্যে, এথলেটিকছত এইটো ভাৰতৰ চতুৰ্থটো পদক। দেওবাৰে নিশাদ কুমাৰে হাই জাম্পত দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰিছে।

ভাৰতৰ যোগেশ কাথুনিয়াই তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টাৰে পেৰিছ পেৰালিম্পিকছত পুৰুষৰ এফ ৫৬ ডিচকাছ থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰিছে।

ইয়াৰ পূৰ্বেও কাথুনিয়াই টকিঅ’ পেৰালিম্পিকছত ৰূপৰ পদক অৰ্জন কৰিছে। ব্ৰাজিলৰ ক্লদিনি বাউটিষ্টা ডছ চেণ্টোছ গ্ৰীচে পেৰালিম্পিকছত সোণৰ পদক অৰ্জন কৰে।

ভাৰতৰ চতুৰ্থ পদক

পেৰিছ পেৰালিম্পিকছত এথলেটিকছ দলটোৱে ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। এতিয়ালৈকে ভাৰতীয় খেলুৱৈসকলে দেশৰ হৈ মুঠ চাৰিটা পদক জিকিছে। প্ৰীতি পালে মহিলাৰ ১০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জিকিছিল আৰু তাৰ পিছত ২০০ মিটাৰ দৌৰত দেশৰ হৈ ব্ৰঞ্জৰ পদক জিকিছিল। টকিঅ’ত ৰূপৰ পদক অৰ্জন কৰা নিশাদ কুমাৰে নিজৰ প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰে আৰু পেৰিছত পুৰুষৰ হাই জাম্পত পদক অৰ্জন কৰে। এতিয়া যোগেশ কাথুনিয়াই ডিচকাছ থ্ৰোত ৰূপৰ পদক জয়লাভ কৰিছে।

Tags: #AssamAthleticsIndiaParis Olympics 2024peris

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025