• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে নেপাল; ১৮ জনৰ মৃত্যু

পাইলটক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

Nation NE by Nation NE
July 24, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে নেপাল; ১৮ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। কাঠমাণ্ডুৰ ত্ৰিভূৱন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা সূৰ্য এয়াৰ লাইনছৰ এখন বিমান উৰণৰ কিছু সময়ত পিছতে দুৰ্ঘটনাত পতিত হয়। বৰ্তমানলৈ ১৮ জন লোকৰ মৃত্যু হৈছে বিমান দুৰ্ঘটনাত।

ইফালে, সংকটজনক অৱস্থাত পাইলটজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি, প্ৰতিকূল বতৰৰ বাবে সংঘটিত হৈছে এই ঘটনা। উৰণৰ কিছু সময় পিছতে জ্বলি উঠে যাত্ৰীবাহী বিমানখন। দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ আৰম্ভ হয় উদ্ধাৰ অভিযান। বিমান চালকৰ লগতে কেইবাজনকো উদ্ধাৰ কৰা হৈছে।

নেপাল অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষৰ এক বিবৃতি অনুসৰি, বিমানখন ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমান পিছত স্থানীয় সময় অনুসৰি প্ৰায় ১১:১৫ বজাত ঘটনাটো সংঘটিত হয়।

বিবৃতিটোত কোৱা হৈছিল যে, বিমানখন উৰণৰ কিছু সময়ত পিছতে সোঁফালে ঘূৰিছিল আৰু ৰানৱেৰ পূব ফালে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

উল্লেখ্য যে, নেপালত পূৰ্বতেও সংঘটিত হৈছিল বিমান দুৰ্ঘটনা। ২০২৩ চনৰ জানুৱাৰীত নেপালত বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। য’ত ৭২ জন লোকৰ মৃত্যু হৈছিল।

Tags: #NepalKathmanduPlane Crash

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025