• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হোৱাইট হাউছত বিশ্বৰ ধনীতম ব্যক্তি মাস্কৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক

Nation NE by Nation NE
February 13, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
হোৱাইট হাউছত বিশ্বৰ ধনীতম ব্যক্তি মাস্কৰ সৈতে মোদীৰ গুৰুত্বপূৰ্ণ বৈঠক
Share on FacebookShare on TwitterWhatsApp

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৱাশ্বিংটন ডিচিস্থিত হোৱাইট হাউছ ভ্ৰমণৰ সময়ত টেছলাৰ চিইঅ’ এলন মাস্কক সাক্ষাৎ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য উপদেষ্টাৰূপে আত্মপ্ৰকাশ ঘটা মাস্কৰ সৈতে মোদীৰ এই বৈঠকখন বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া আমেৰিকা ভ্ৰমণত আন বহু নেতাক সাক্ষাৎ কৰাৰ কাৰ্যসূচী সন্নিবিষ্ট কৰা হৈছে যদিও এলন মাস্কৰ সৈতে তেওঁৰ সাক্ষাতক লৈ উত্তেজনা বৃদ্ধি পোৱা দেখা গৈছে।

উল্লেখ্য যে, বুধবাৰে সন্ধিয়া ৱাশ্বিংটনত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।

প্ৰধানমন্ত্ৰী মোদী আৰু এলন মাস্কৰ সাক্ষাত এয়াই প্ৰথম নহয়। ২০১৫ চনত প্ৰধানমন্ত্ৰীয়ে মাস্কৰ সৈতে ছেন জোছত থকা টেছলাৰ প্লাণ্ট পৰিদৰ্শন কৰিছিল।

অৱশ্যে এইবাৰৰ বৈঠকৰ প্ৰসংগ বেলেগ। ২০১৫ চনত মাস্ক ডেম’ক্ৰেটিক পাৰ্টিৰ সমৰ্থক আছিল যদিও এতিয়া তেওঁ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মূল উপদেষ্টা হিচাপে পৰিগণিত হৈছে।

সূত্ৰ অনুসৰি ভাৰতত টেছলা আৰু স্পেচএক্সৰ সম্ভাৱনাৰ বিষয়ে এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

প্ৰধানমন্ত্ৰী মোদীৰ এই বৈঠকখনক বিশেষ বুলিও গণ্য কৰা হৈছে কাৰণ মাস্ক এতিয়া আমেৰিকা প্ৰশাসনৰ ‘চৰকাৰ দক্ষতা বিভাগ’ৰ মুৰব্বী, যাৰ লক্ষ্য হৈছে ফেডাৰেল কাৰ্যসূচী আৰু নিয়ম উন্নত কৰা। এনে পৰিস্থিতিত এই বৈঠকৰ প্ৰভাৱ ৰাজনৈতিক আৰু অৰ্থনৈতিক দুয়োটা স্তৰতে দেখা যায়।

Tags: Elon MuskNarendra ModiWhite House

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025