• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক আলোচনা, পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ

Nation NE by Nation NE
October 29, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ ৰাষ্ট্ৰপতিৰ মাজত দ্বিপাক্ষিক আলোচনা, পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে অৰ্থাৎ ২৮ অক্টোৱৰত গুজৰাটৰ বদোদৰাত অৱস্থিত লক্ষ্মী বিলাস পেলেচত ভাৰত আৰু স্পেইনৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

প্ৰধানমন্ত্ৰী মোদী আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজে দ্বিপাক্ষিক আলোচনাত প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। লগতে পশ্চিম এছিয়াৰ বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিক লৈও গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ ৰাষ্ট্ৰপতিসকলে এই সন্দৰ্ভত সকলো পক্ষৰ পৰা সংযমৰ আহ্বান জনায়।

ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তেওঁলোকে গৰিহণা দিয়াৰ কথা প্ৰকাশ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। একে সময়তে গাজাত অসামৰিক জীৱনৰ বৃহৎ পৰিসৰৰ ক্ষতি আৰু মানৱীয় সংকটক গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰা হৈছে।

গাজাৰ মানৱীয় সংকটৰ অতি সোনকালে অন্ত পেলাব লাগে বুলিও প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছানচেজে একমত প্ৰকাশ কৰে। গুজৰাটৰ বদোদৰাৰ লক্ষ্মী বিলাস পেলেচত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পিছতে এক যৌথ বিবৃতি প্ৰকাশ কৰে।

দ্বিপাক্ষিক আলোচনাত প্ৰধানমন্ত্ৰী মোদী আৰু ছানচেজে প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই যৌথ বিবৃতিত কোৱা হৈছে যে, ছানচেজৰ এই ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে। ই তেওঁলোকৰ বাবে নতুন গতি কঢ়িয়াই আনিছে আৰু দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ এক নতুন যুগৰ ভেটি স্থাপন কৰিছে।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছানচেজেও দুয়োখন দেশৰ মাজত এই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ অংশীদায়িত্বৰ শেহতীয়া ইতিবাচক পৰিঘটনাক আদৰণি জনায়। লগতে দুয়োখন দেশৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত অধিক সুদৃঢ় সম্পৰ্ক স্থাপনৰ আহ্বান জনায়। ইয়াৰ পূৰ্বে দুয়োজন নেতাই টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰে।

বদোদৰাৰ টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স হৈছে- ভাৰতৰ প্ৰথমটো ব্যক্তিগত ইউনিট, যিয়ে সামৰিক বিমান নিৰ্মাণ কৰে, য’ত চি ২৯৫ বিমান নিৰ্মাণ কৰা হ’ব। ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীৰ স্পেইন ভ্ৰমণৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ ওপৰত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ নিজৰ দলটোক দ্বিপাক্ষিক কাৰ্যসূচীত আগবঢ়াই নিবলৈ আৰু ৰাজনৈতিক, অৰ্থনৈতিক, নিৰাপত্তা, প্ৰতিৰক্ষা আৰু অন্যান্য ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈও নিৰ্দেশ দিয়ে।

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছানচেজে এই কথা আলোকপাত কৰে যে, ক্ৰমবৰ্ধমান অংশীদায়িত্বৰ ভেটি গণতন্ত্ৰ, স্বাধীনতা, আইনৰ শাসন আৰু সমতাপূৰ্ণ বিশ্ব অৰ্থনীতি, নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি এক ভাগ-বতৰা দায়বদ্ধতাত নিহিত হৈ আছে।

ৰাষ্ট্ৰপতি ছানচেজে ভাৰতৰ প্ৰায় ২৩০ টা স্পেনিছ কোম্পানীৰ কাৰ্যকলাপৰ জৰিয়তে মেক ইন ইণ্ডিয়া পদক্ষেপৰ প্ৰতি স্পেইনৰ দায়বদ্ধতাক আলোকপাত কৰে।

Tags: IndiaPedro SanchezPM Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025