• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৭ বছৰৰ মূৰত চীনৰ ভূমিত প্ৰধানমন্ত্ৰী মোদী; ৰঙা দলিচা পাৰি WELCOME

Nation NE by Nation NE
August 30, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
৭ বছৰৰ মূৰত চীনৰ ভূমিত প্ৰধানমন্ত্ৰী মোদী; ৰঙা দলিচা পাৰি WELCOME
Share on FacebookShare on TwitterWhatsApp

সাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে শনিবাৰে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সন্মিলনত অংশ লোৱাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে জাপান ভ্ৰমণ সামৰি আজি বিয়লি চীনৰ টিয়ানজিনত উপস্থিত হয়। চীনত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰঙা দলিচা পাৰি উষ্ম আদৰণি জনায়।

১ ছেপ্তেম্বৰলৈকে চীন ভ্ৰমণত ব্যস্ত থাকিবলগীয়া মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ সৈতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হ’ব।

৩১ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈকে চীনৰ টিয়ানজিনত এছ চি অ’ বৈঠক অনুষ্ঠিত হ’ব। এই সন্মিলনত ২০খনৰো অধিক দেশৰ শীৰ্ষ নেতাই অংশ ল’ব। ২০২৪ চনৰ অক্টোবৰ মাহত ৰাছিয়াত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আছিল শেষ সাক্ষাৎ।

উল্লেখ্য যে, ২০২০ চনত চীনৰ সেনাৰ সৈতে গলৱান ঘাটিত হোৱা সংঘৰ্ষৰ পিছত এইটোৱে হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চীন ভ্ৰমণ। অৰ্থাত ৭ বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ভূমিত উপস্থিত হৈছে।

Tags: ChinaNarendra ModiPM Modi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025