• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰয়াগৰাজত মহা কুম্ভ মেলা, জানি লওঁক এই ৪ টা কথা

Nation NE by Nation NE
November 8, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰয়াগৰাজত মহা কুম্ভ মেলা,  জানি লওঁক এই ৪ টা কথা
Share on FacebookShare on TwitterWhatsApp

অহা বছৰ অৰ্থাৎ ২০২৫ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’ব মহা কুম্ভ মেলা। এই মহাকুম্ভ মেলা ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ চলিব।

প্ৰয়াগৰাজ, হৰিদ্বাৰ, উজ্জয়িন, আৰু নাচিককে ধৰি চাৰিটা স্থানত প্ৰতি ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলাৰ আয়োজন কৰা হয়। এইবাৰ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভৰ আয়োজন কৰা হ’ব। এই মেলা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, সাংস্কৃতিক আৰু সামাজিক উৎসৱো।এইবাৰ সংগমস্থলীত ৪০ কোটিৰো অধিক লোক সমবেত হ’ব।

এইবাৰ যদি আপুনি কুম্ভ স্নান কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ বাবে আগতীয়াকৈ কিছু বিশেষ প্ৰস্তুতি কৰিব লাগিব।

ৰেলৰ টিকট বুকিং-

কুম্ভমেলালৈ যোৱাৰ আগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- আগতীয়াকৈ ট্ৰেইনৰ টিকট বুকিং কৰা। শেহতীয়াকৈ ৰেলৱেৰ টিকট বুকিঙৰ নিয়ম সলনি কৰিছে, য’ত প্ৰায় দুমাহ আগতেই টিকট বুকিং কৰিব পৰা যাব। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ কুম্ভলৈ আহে, গতিকে যিকোনো ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ ভ্ৰমণৰ টিকট বুকিং কৰা উচিত।

গৰম কাপোৰ আৰু নথি-পত্ৰ-

বিশেষকৈ শীতকালত মহা কুম্ভ মেলা অনুষ্ঠিত হয়। সেয়েহে গৰম কাপোৰ, ছাতি আৰু আৰামদায়ক জোতাৰ প্ৰয়োজন হ’ব। নিজৰ সুৰক্ষাৰ বাবে পৰিচয় পত্ৰ, টিকট আৰু নগদ ধনৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ ৰখা উচিত।

ঔষধ আৰু খাদ্য সামগ্ৰী-

লঘু খাদ্য সামগ্ৰীও লগত ৰখা উচিত। ইয়াৰ লগতে সৰু বেগত পানী, ঔষধ আৰু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী ৰখাটোও বুদ্ধিমানৰ কাম হ’ব। যিকোনো জৰুৰী চিকিৎসা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এই সকলোবোৰ কথা প্ৰয়োজনীয়।

বাসস্থানৰ বুকিং-

ইয়াৰ লগতে মহা কুম্ভলৈ যোৱাৰ আগতে নিজৰ থকাৰ বাবে লজ বা শোৱা কোঠা আগতীয়াকৈ বুকিং কৰিব লাগে। ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰেও ব্যৱস্থা কৰিছে। www.upstdc.co.in ৱেবছাইটত অনলাইন বুকিং কৰিব পাৰিব সকলোৱে।

Tags: FestivalIndiaMahakumbha Mela

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025