• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, April 28, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰাখণ্ডত দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন; ৮ জনৰ কৰুণ মৃত্যু

Nation NE by Nation NE
July 15, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডত দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন; ৮ জনৰ কৰুণ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

উত্তৰাখণ্ডৰ পিথোৰাগড়ত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। মুৱানী চহৰৰ পৰা বকতালৈ যোৱা এখন যাত্ৰীবাহী বাহন দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাটোত ৮ জন লোকৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত আছে দুই স্কুলীয়া ছাত্ৰ-ছাত্ৰীও।

জানিব পৰা অনুসৰি জিলা সদৰৰ পৰা প্ৰায় ৫২ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া জীপখন দ’ খাৱৈত বাগৰি পৰাৰ ফলত অঞ্চলটোত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়।

এই কৰুণ দুৰ্ঘটনাটোত ৮ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলায়।

ইফালে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘পিথোৰাগড় জিলাৰ মুৱানী অঞ্চলত বাহন দুৰ্ঘটনাৰ অতি দুখজনক খবৰ লাভ কৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক এই অপৰিসীম যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। আহতসকলৰ সঠিক চিকিৎসাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছো, সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।’

Tags: Road AccidentUttarakhand

Related Posts

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…
Top News

April 28, 2026
উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?
Top News

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

April 28, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 28, 2026
‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

April 27, 2026

শীৰ্ষ সংবাদ

অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025