• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৫০০ৰো অধিক অবৈধ প্ৰব্ৰজনকাৰীয়ে ভাৰত এৰিবলৈ বাধ্য! ক’লে- ‘ভয় লাগিছে…’

Nation NE by Nation NE
November 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
৫০০ৰো অধিক অবৈধ প্ৰব্ৰজনকাৰীয়ে ভাৰত এৰিবলৈ বাধ্য! ক’লে- ‘ভয় লাগিছে…’
Share on FacebookShare on TwitterWhatsApp

পশ্চিম বংগ আৰু বাংলাদেশৰ সীমান্তত থকা হাকিমপুৰ সীমান্ত আউটপোষ্টৰ সমীপ (উত্তৰ ২৪ পৰগনা জিলা)ত বিগত কেইদিনমানৰ পৰা অস্বাভাৱিক কাৰ্যকলাপ দেখা গৈছে। ৰাস্তাৰ দাঁতিত বহি থকা পুৰুষ, মহিলা, শিশুৰ মুখত ভয় দেখা গৈছে।

আশ্ৰয় লৈ থকা গৃহৰ পৰা ওলাই বাংলাদেশলৈ পুনৰ উভতি যোৱাৰ ইংগিত দি তেওঁলোকে বেগ, কম্বল, বাকচ লৈ ফুৰিছে। বিষয়াসকলৰ মতে, এই বিপৰীত প্ৰব্ৰজন শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। অৰ্থাৎ এইসকল লোকে প্ৰথমে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি এতিয়া পুনৰ নিজৰ দেশলৈ উভতি যাবলৈ চেষ্টা কৰিছে।

এই ঘটনাই উত্তৰ ২৪ পৰগনা জিলাত ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি কলকাতাৰ উপকণ্ঠ অঞ্চলত আত্মগোপন কৰি থকা প্ৰায় ৫০০ অবৈধ বাংলাদেশী নাগৰিকে বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ অভিযানৰ আশংকাত বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা কৰিছে।

সেইসকলৰ ভিতৰত এগৰাকী মহিলাই কয় যে, তেওঁ দহ বছৰ পূৰ্বে নিউ টাউনলৈ আহিছিল। এন আৰ চিৰ কথা শুনি তেওঁ চিন্তিত হৈছে। কিয়নো তেওঁৰ হাতত কোনো ভাৰতীয় নথি-পত্ৰ নাই। বি এছ এফৰ তথ্য অনুসৰি বিগত এসপ্তাহত ৪০০ৰো অধিক লোক হাকিমপুৰত উপস্থিত হৈছে।

১৮ নৱেম্বৰলৈকে সীমান্তত আৱদ্ধ হৈ থকা লোকৰ সংখ্যা ৫০০ অতিক্ৰম কৰিছিল।এই লোকসকল মূলতঃ সাতখিৰা আৰু জশোৰ জিলাৰ স্থানীয় লোক, যিসকলে ঘৰুৱা শ্ৰমিক হিচাপে বা কলকাতাৰ ক্ষুদ্ৰ ব্যৱসায়ত কাম কৰিছিল। বি এছ এফৰ তথ্য অনুসৰি এই বছৰত এইটোৱেই হৈছে সৰ্বাধিক বিপৰীতমুখী প্ৰব্ৰজন।

বি এছ এফে বাহন আৰু মটৰ চাইকেলৰ ওপৰত কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে। বি এছ এফৰ তথ্য অনুসৰি পূৰ্বে দৈনিক ১০-২০ জন লোক উভতিছিল যদিও বৰ্তমান প্ৰায় ১৫০-২০০ লোকে উভতাৰ চেষ্টা চলাইছে। ইয়াৰে বেছিভাগৰে আইনী নথি-পত্ৰৰ অভাৱ। এছ আই আৰৰ সৈতে জড়িত আশংকাই অবৈধ প্ৰব্ৰজনকাৰীৰ মাজত ভয় আৰু অনিশ্চয়তা বৃদ্ধি কৰিছে, যাৰ ফলত এই ওলোটা প্ৰব্ৰজন হৈছে।

Tags: BangladeshBorderSIR

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025