• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কি চলিছে ছিৰিয়াত ? ক’লৈ গ’ল পৰিয়ালসহ ছিৰিয়াৰ ৰাষ্ট্ৰপতি ?

Nation NE by Nation NE
December 8, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কি চলিছে ছিৰিয়াত ? ক’লৈ গ’ল পৰিয়ালসহ ছিৰিয়াৰ ৰাষ্ট্ৰপতি ?
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান ছিৰিয়াত পৰিস্থিতি অস্থিৰ। ছিৰিয়াৰ ৰাজধানী দামাস্কাছত চলিছে বিদ্ৰোহীৰ আক্ৰমণ। দামাস্কাছৰ চিডানিয়া কাৰাগাৰত আক্ৰমণ কৰে বিদ্ৰোহীয়ে।

বাছাৰ আল আছাদৰ বিৰোধীক এই কাৰাগাৰতে বন্দী কৰি ৰখা হৈছিল। বাছাৰ আছাদৰ সেনাৰ টেংক দখল কৰে বিদ্ৰোহীয়ে।

দামাস্কাছৰ ৰাজপথত এতিয়াও অব্যাহত আছে যুদ্ধ। ইয়াৰ পৰাই এই আক্ৰমণৰ বহু ভিডিঅ’ পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ মতে, আকাশমাৰ্গৰ পৰাই আচৰিতভাৱে সন্ধানহীন হৈ পৰিছে ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ লগতে পৰিয়ালবৰ্গ। অৱশ্যে বিমানখনত কোন কোন আছিল সেয়া জানিব পৰা হোৱা নাই।

সংবাদ মাধ্যমৰ মতে বাছাৰ আছাদে ৰাছিয়াত ক্ৰয় কৰিছিল এটা ঘৰ। এনে পৰিস্থিতিত বাছাৰ আছাদে পৰিয়ালৰ সৈতে ছিৰিয়া এৰি যোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, ছিৰিয়াত বিদ্ৰোহীয়ে ব্যাপক আক্ৰমণ চলাইছে। চৰকাৰী নিয়ন্ত্ৰিত অঞ্চল দখল কৰিছে বিদ্ৰোহীয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উত্তৰ আৰু পূব হোমছৰ চৰকাৰী প্ৰতিৰক্ষা ব্যৱস্থা ভাঙি বিদ্ৰোহীয়ে দামাস্কাছক ঘেৰি ধৰাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে।

ছিৰিয়াৰ প্ৰতিৰক্ষা সম্পত্তি দখল কৰিছে বিদ্ৰোহীয়ে। সেনাৰ টেংকবোৰ দখল কৰি ৰাষ্ট্রপতি ভৱনৰ ফালে টোৱাইছে৷ এনে পৰিস্থিতিত বাছাৰ আছাদৰ সকলো জোৱান পলাই গৈছে। ইয়াৰ পিছত বিদ্ৰোহীয়ে ৰাজধানীৰ বহু অঞ্চলো দখল কৰিছে।

ইফালে দামাস্কাছৰ পৰা এখন চৰকাৰী বিমান উৰা মাৰিছে। জল্পনা-কল্পনা কৰা হৈছিল যে, বাছাৰ আছাদে দেশ এৰি যোৱাৰ প্ৰস্তুতি চলাইছে। কিন্তু তেওঁৰ কাৰ্যালয়ে এই কথা অস্বীকাৰ কৰে। কোৱা হয় যে, বাছাৰ আছাদে নিজৰ সকলো দায়িত্ব পালন কৰি আছে। অৱশ্যে একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে, বাছাৰ আছাদ চৰকাৰৰ বহু জ্যেষ্ঠ নেতাইও দেশ এৰি যাবলৈ সাজু হৈছে।

ইফালে তুৰ্কি আৰু ইৰানে নিজৰ অভিযান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ছিৰিয়াৰ বিদ্ৰোহীসকলে দামাস্কাছত নিজৰ বিজয়ৰ উদযাপন আৰম্ভ কৰিছে। ইফালে ছিৰিয়াৰ পৰিস্থিতিৰ সন্দৰ্ভত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাৰ এই ঘটনাৰ সৈতে কোনো সম্পৰ্ক থকা উচিত নহয়।

Tags: PresidentSyriaWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025