• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড

Nation NE by Nation NE
May 22, 2025
in Top News, BIG BREAKING, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা; ১৫টা ঘৰত অগ্নিকাণ্ড
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। লাভ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা আমেৰিকাৰ ছান ডিয়েগোত কুঁৱলীৰ বাবে এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

এই বিমান দুৰ্ঘটনাটোৰ বাবে প্ৰায় ১৫টা ঘৰতো অগ্নিকাণ্ড সংঘটিত হয়। বিমান দুৰ্ঘটনাৰ পিছত অঞ্চলটো খালী কৰা হৈছে। সংবাদ সংস্থা এ পিৰ প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে।

এই দুৰ্ঘটনাৰ সৈতে জড়িত বহু ছবি আৰু ভিডিঅ’ সম্প্ৰতি প্ৰকাশ পাইছে। য’ত বহু ঘৰত জুই জ্বলি থকা দেখা যায়।

অগ্নিনিৰ্বাপক বাহিনীৰ এজন বিষয়াৰ উদ্ধৃতিৰে এ পিৰ প্ৰতিবেদনত কোৱা হয় যে দুৰ্ঘটনাৰ পিছত বিমানখনৰ পৰা ইন্ধন চৌদিশে বিয়পি পৰিছিল। এনে পৰিস্থিতিত আমাৰ প্ৰথম লক্ষ্য হ’ল ইয়াত থকা সকলো ঘৰত তালাচী চলাই তাত থকা লোকসকলক সুৰক্ষিতভাৱে উলিয়াই অনা।

উল্লেখ্য যে, এই দুৰ্ঘটনাত কিমান লোকৰ মৃত্যু হৈছে তাৰ তথ্য এতিয়াও প্ৰকাশ হোৱা নাই। কিন্তু সংবাদ সংস্থা এ পিৰ বাতৰি অনুসৰি দুৰ্ঘটাটোত কেইবাজনো লোকৰ মৃত্যু হৈছে।

Tags: californiaPlane CrashSan Diego

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025