• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
24 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ষ্টাৰলাইনাৰৰ ওভতনিৰ পিছত সুনীতা উইলিয়ামছৰ প্ৰথম বিবৃতি, পৰৱৰ্তী সুযোগৰ অপেক্ষাত…

Nation NE by Nation NE
September 14, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নাছাৰ নতুন পৰিকল্পনা! ফেব্ৰুৱাৰীত ঘূৰি আহিব  নেকি সুনীতা উইলিয়ামছ?
Share on FacebookShare on TwitterWhatsApp

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰ ৩ মাহৰো অধিক সময় ধৰি মহাকাশত আৱদ্ধ হৈ আছে। আনহাতে, দুয়ো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যোৱা মহাকাশযান ষ্টাৰলাইনাৰ এতিয়া তেওঁলোক দুয়োজনৰ অবিহনে উভতি আহিছে। ইফালে, সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰৰ প্ৰথম বিবৃতি পোহৰলৈ আহিছে। তেওঁলোকে কয়, যে, তেওঁলোকে পৰৱৰ্তী সুযোগৰ বাবে অপেক্ষা কৰি আছে।

মহাকাশযানখন উভতি অহাৰ পিছত প্ৰথমবাৰৰ বাবে সুনীতা উইলিয়ামছ আৰু ৱাটছ উইলম’ৰে সংবাদ সন্মিলনত কয় যে, বোয়িং ষ্টাৰলাইনাৰখন তেওঁলোকৰ অবিহনে পৃথিৱীলৈ উভতি যোৱাটো তেওঁলোকৰ বাবে অতি দুখজনক আছিল।

অভিযানটোত তেওঁলোকে সন্মুখীন হোৱা কাৰিকৰী ত্ৰুটিৰ বাবে তেওঁলোকে বোয়িং আৰু নাছাৰ ওপৰত খং কৰিছে নেকি বুলি সোধাত ৱাটছ উইলম’ৰে সুনীতাৰ টি-চাৰ্টত থকা নাছাৰ লোগোলৈ আঙুলিয়াই কয়, “ই আমি কিহৰ বাবে থিয় দিছো তাক প্ৰতিনিধিত্ব কৰে।”

এই অভিযানটো ৮ দিনৰ পৰা ৮ মাহ হৈছেগৈ। ইতিমধ্যে মহাকাশত ৩ মাহ অতিবাহিত কৰাৰ পিছত, দুয়োগৰাকী মহাকাশচাৰীয়ে মহাকাশত আৰু ৫ মাহ সময় অতিবাহিত কৰিব লাগিব। এই বিষয়ত তেওঁলোক দুয়োজনে কৈছিল যে,  ইয়াৰ বাবে তেওঁলোক সাজু। ৱাটছ উইলম’ৰে কৈছিল, ৮ দিনৰ পৰা ৮ মাহলৈ, তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিব।

ইফালে ৫ নৱেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত সুনীতা আৰু বাচ্চ উইলম’ৰে কয় যে, তেওঁলোকে মহাকাশৰ পৰা ভোট দিয়াৰ পৰিকল্পনা কৰি আছে।

ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী ত্ৰুটিৰ বাবে, দুয়োজন মহাকাশচাৰীৰ উভতি অহাৰ অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল, যাৰ পিছত নাছাই ২৪ আগষ্টত ঘোষণা কৰিছিল যে, সুনীতা উইলিয়ামছ আৰু উইলম’ৰ ক্ৰু ৯ অভিযানৰ অংশ হ’ব আৰু তেওঁলোকে ২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ ড্ৰেগন মহাকাশযানৰ জৰিয়তে সম্পূৰ্ণ ৮ মাহৰ পিছত উভতি আহিব।

Tags: butch WilmoreSpaceSpace Research OrganizationsSunita Williams

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025