• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
23 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় খেলুৱৈৰ বয়সক লৈ প্ৰশ্ন উত্থাপন পাকিস্তানী ক্ৰিকেটাৰৰ

Nation NE by Nation NE
December 10, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰতীয় খেলুৱৈৰ বয়সক লৈ প্ৰশ্ন উত্থাপন পাকিস্তানী ক্ৰিকেটাৰৰ
Share on FacebookShare on TwitterWhatsApp

বৈভৱ সূৰ্যবংশীৰ নাম আজিকালি ক্ৰিকেটত বহু চৰ্চিত হৈ আছে। IPL ২০২৫ৰ নিলামত তেওঁ ১.১০ কোটি টকাৰ বিড লাভ কৰাৰ পিছৰে পৰা এই আলোচনা চলি আছে।

কিন্তু, ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ পিছত এতিয়া সীমান্তৰ সিপাৰে পাকিস্তানতো বৈভৱ সূৰ্য্যবংশীৰ কথা উল্লেখ কৰা হৈছে। বৈভৱ সূৰ্যবংশীয়ে প্ৰদৰ্শন দেখি পাকিস্তান আচৰিত হৈছে। ১৩ বছৰীয়া ভাৰতীয় ল’ৰা এটাই এনে ক্ষমতা, পাকিস্তানৰ চিন্তাৰ কাৰণ হৈ পৰিছে।

১৯ অনুৰ্ধ এছিয়া কাপত বৈভৱ সূৰ্যবংশীয়ে ১২টা ছয়ৰে মুঠ ১৭৬ ৰান সংগ্ৰহ কৰে, য’ত ২টা অৰ্ধশতকো অন্তৰ্ভুক্ত। UAEৰ বিৰুদ্ধে খেলা অৰ্ধশতকৰ ইনিংছত তেওঁ ৬টা ছয় সংগ্ৰহ কৰে। ইয়াৰ পিছত তেওঁ শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত ৫টা ছয় সংগ্ৰহ কৰে।

পাকিস্তানী ক্ৰিকেটাৰ জুনাইদ খানে প্ৰশ্ন কৰে যে, ১৩ বছৰীয়া ল’ৰা এটাই ইমান দীঘল ছয় মাৰিব পাৰে নেকি? এই প্ৰশ্নৰ সমান্তৰালকৈ তেওঁ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপত ছয়ৰ এটা ভিডিঅ’ও পোষ্ট কৰে।

জুনাইদ খানে উত্থাপন কৰা প্ৰশ্নৰ পৰা দেখা যায় যে, বৈভৱ সূৰ্যবংশীৰ বয়সক লৈ তেওঁৰ আপত্তি আছে।বৈভৱৰ বয়সৰ ওপৰত পূৰ্বতেও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু, সংবাদ মাধ্যমৰ সৈতে কথা পাতি থাকোঁতে বৈভৱৰ প্ৰশিক্ষক মনীষ ওঝাই জনাইছে যে, বিচিচিআইয়ে হাড় পৰীক্ষাৰ জৰিয়তে বৈভৱৰ বয়সো পৰীক্ষা কৰিছে। গতিকে এতিয়া তাত কোনো সন্দেহ নাই।

Tags: #cricketSportsUnder 19

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025