• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নৱদম্পত্তীক শীঘ্ৰে সন্তান জন্ম দিবলৈ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

Nation NE by Nation NE
March 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নৱদম্পত্তীক শীঘ্ৰে সন্তান জন্ম দিবলৈ আহ্বান তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ
Share on FacebookShare on TwitterWhatsApp

তামিলনাডুৰ জনসংখ্যা অনুসৰি কেন্দ্ৰই ৰাজ্যখনক আসন আবণ্টন দিব বুলি জল্পনা-কল্পনা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰণকামী ৰূপত তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিন।

এই বিষয়ত শেহতীয়াকৈ গৃহমন্ত্ৰীয়ে তামিলনাডুত স্পষ্টকৈ কৈছে যে, ৰাজ্যখনৰ আসন কোনোপধ্যে হ্ৰাস হ’বলৈ দিয়া নহ’ব।

এই সকলোবোৰ ঘটনাৰ মাজতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে উদ্ভাৱন কৰিছে এক আচৰিত সূত্ৰ। তেওঁ নৱদম্পত্তীক বিয়াৰ পিছতেই সোনকালে সন্তান জন্ম দিবলৈ আহ্বান জনায়। নগাপট্টিনামৰ বিবাহ অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা কয়। তেওঁ কয় যে, অধিক সাংসদৰ বাবে জনসংখ্যা গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে নৱদম্পত্তীসকলক বিয়াৰ পিছত অতি সোনকালে সন্তান জন্ম দিবলৈ আহ্বান জনায়। তেওঁ কয় যে, অধিক জনসংখ্যা অধিক সাংসদ পোৱাৰ মাপকাঠী।

বিয়াৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে, বছৰ বছৰ পূৰ্বে নৱবিবাহিতসকলক বিয়াৰ পিছত লগে লগে সন্তান জন্ম নিদিবলৈ পৰামৰ্শ দিয়া হৈছিল। অৱশ্যে এই বিষয়ে আৰু পৰামৰ্শ দিয়া উচিত নহয়, প্ৰয়োজনীয়ও নহয়।

মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে, ইয়াৰ কাৰণে এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ বাবে অধিক জনসংখ্যাইহে অধিক সাংসদ নিশ্চিত কৰিব কাৰণ জনসংখ্যাৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰা হ’ব। তেওঁ কয় যে, তামিলনাডুৱে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু সফল হৈছিল আৰু এইটোৱেই আজি ৰাজ্যখনৰ দুৰ্দশাৰ কাৰণ।

ইয়াত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ষ্টেলিনে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলকভাৱে তিনিভাষিক নীতি কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে আৰু একেদৰে সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰতো তামিলনাডুৰ বাবে আসনৰ সংখ্যা হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

Tags: Chief ministerNew RuleTamilnadu

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025