• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিশাৰ ভিতৰতে ১০০ জন ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত ট্ৰাম্পৰ

Nation NE by Nation NE
May 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰাষ্ট্ৰপতিৰূপে শপত লৈয়ে ট্ৰাম্পে ল’লে পাঁচটা কঠোৰ সিদ্ধান্ত; হতচকিত বিশ্ববাসী
Share on FacebookShare on TwitterWhatsApp

ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদ (এন এছ চি)ত নিযুক্তি দিয়া ১০০জন বিষয়াক অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। আমেৰিকাত ডিপ ষ্টেট নিৰ্মূল কৰাৰ বাবে উঠি পৰি লগা ট্ৰাম্পৰ এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ ঘোষণা কৰে (ভাৰপ্ৰাপ্ত) এন এছ এ মাৰ্কো ৰুবিঅ’ই।

তথ্য অনুসৰি ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ পৰা আঁতৰোৱা ১০০জন বিষয়াৰ আটাইকেইজনেই ভাৰত-প্ৰশান্ত মহাসাগৰীয়, ইৰাণ আৰু ইউক্ৰেইনৰ সৈতে জড়িত ডেস্কত কাৰ্যনিৰ্বাহ কৰি আছিল। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু চীন আৰু সমগ্ৰ দক্ষিণ-পূব এছিয়া অন্তৰ্ভুক্ত।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ কিছু সপ্তাহ পিছতেই ড’নাল্ড ট্ৰাম্পে এন এছ এৰ পৰা বৰ্খাস্ত কৰিছিল মাইক ভল্টাজক। মধ্য প্ৰাচ্যত চলি থকা অভিযানৰ সবিশেষ এটা ছ’চিয়েল মিডিয়া এপৰ জৰিয়তে ফাদিল কৰাৰ গুৰুতৰ অভিযোগত ভল্টাজক বৰ্খাস্ত কৰা হৈছিল।

ভল্টাজক এন এছ এৰ গুৰুত্বপূৰ্ণ পদবীৰ পৰা আঁতৰোৱাৰ পিছত ট্ৰাম্পে এই দায়িত্ব প্ৰদান কৰিছিল বিদেশ সচিব মাৰ্কো ৰুবিয়োক। এতিয়াও মাৰ্কো ৰুবিয়োৱে এই দায়িত্ব পালন কৰি আছে।

Tags: Donald trumpNational Security CouncilNSCUnited StateUSA

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025