• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শচীন, বৰ্ডাৰ আৰু ইউনুছক নহয় বিশ্ববাসীয়ে মনত ৰাখিব উছমান খোৱাজাক…

Nation NE by Nation NE
January 29, 2025
in Top News, ক্ৰীড়া
0 0
শচীন, বৰ্ডাৰ আৰু ইউনুছক নহয় বিশ্ববাসীয়ে মনত ৰাখিব উছমান খোৱাজাক…
Share on FacebookShare on TwitterWhatsApp

আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত দুখন মেচৰ টেষ্ট শৃংখলা। গালেত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ অ’পেনাৰ উছমান খোৱাজাই প্ৰথম দিনাই ইনিংছ মুকলি কৰি ইতিহাস ৰচিবলৈ সক্ষম হয়।

শ্ৰীলংকাত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত শতক অৰ্জন কৰা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে খোৱাজা। তেওঁৰ পূৰ্বে এই বিশেষ কৃতিত্ব পঞ্জীয়ন হৈ আছিল পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউনুছ খানৰ নামত। যিয়ে ২০১৫ চনত শ্ৰীলংকাত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৭ বছৰ ২১৫ দিন বয়সত শতক অৰ্জন কৰিছিল।

ইউনুছৰ পিছত এতিয়া খোৱাজাই ৩৮ বছৰ ৪২ দিন বয়সত আয়োজক দলৰ ভূমিত শতক অৰ্জন কৰি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে।

শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰা আটাইতকৈ বয়সীয়াল ক্ৰিকেটাৰ

৩৮ বছৰ আৰু ৪২ দিন – উছমান খোৱাজা – গালে – ২০২৫

৩৭ বছৰ আৰু ২১৫ দিন – ইউনুছ খান – পল্লেকেলে ২০১৫

৩৭ বছৰ আৰু ৯৩ দিন – শচীন তেণ্ডুলকাৰ – কলম্বো – ২০১০

৩৭ বছৰ আৰু ৪৩ দিন – এলান বৰ্ডাৰ – মোৰাটুৱা – ১৯৯২

ইফালে শ্ৰীলংকাৰ বিৰুদ্ধে শ্ৰীলংকাৰ ভূমিত অষ্ট্ৰেলিয়াৰ হৈ ইনিংছ মুকলি কৰি সৰ্বোচ্চ ইনিংছ খেলা দ্বিতীয়গৰাকী বেটছমেনৰূপেও পৰিগণিত হয় খোৱাজা। এই তালিকাৰ প্ৰথম স্থানত আছে জাষ্টিন লেংগাৰ। লেংগাৰে ২০০৪ চনত ১৬৬ ৰানৰ ইনিংছ খেলিছিল।

শ্ৰীলংকাত অষ্ট্ৰেলিয়ান অপেনাৰৰ সৰ্বোচ্চ স্ক’ৰ

১৬৬- জাষ্টিন লেংগাৰ- কলম্বো- ২০০৪

১৪৭*- উছমান খোৱাজা- গালে- ২০২৫

১৪১- কেপলাৰ ভেছল্ছ- কেণ্ডী- ১৯৮৩

১৩০- মেথিউ হেডেন- গালে- ২০০৪

১৩০- শ্বন মাৰ্ছ- কলম্বো- ২০১৬

Tags: AustraliaSri LankaTest CricketUsman Khawaja

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025