• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শাহুৱেক আৰু জোঁৱাইৰ প্ৰেম কাহিনীত সোমাইছে খলনায়ক, পিছে কিয় আতংকিত সমগ্ৰ গাঁওবাসী, জানক সবিশেষ

Nation NE by Nation NE
April 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শাহুৱেক আৰু জোঁৱাইৰ প্ৰেম কাহিনীত সোমাইছে  খলনায়ক, পিছে কিয় আতংকিত সমগ্ৰ গাঁওবাসী, জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

বিগত কেইদিনমানৰ পৰা সমগ্ৰ দেশতে উত্তৰপ্ৰদেশৰ আলিগড় কাণ্ডৰ চৰ্চা চলি আছে। শাহুৱেক আৰু জোঁৱাইৰ প্ৰেম কাহিনীয়েই আলোচনাৰ মূল কাৰণ। দুয়োৰে পৰিয়ালে তেওঁলোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰে যদিও সন্মত নহয়।

যেতিয়া এই বিষয়টো গৈ থানা পায়গৈ, তেতিয়া আৰক্ষীয়েও প্ৰথমে পৃথকে পৃথকে আৰু তাৰ পিছত একেলগে দুয়োকে পৰামৰ্শ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু দুয়োজনেই ইজনে সিজনক এৰিবলৈ সাজু নহয়। অৱশেষত আৰক্ষী আৰু পৰিয়াল দুয়োৱেই হাৰ মানি শাহুৱেক আৰু জোঁৱাইক একেলগে থাকিবলৈ এৰি দিয়ে। ইয়ালৈকে সকলো ঠিকেই আছিল কিন্তু তাৰ পিছতেই এই প্ৰেম কাহিনীটোত এজন খলনায়কৰ প্ৰৱেশ ঘটে। এই খলনায়কে দুয়োকে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে। আমি আজি বিতংভাৱে জানিম এই খলনায়ক কোন আৰু তেওঁ কি ভাবুকি দিছে-

আচলতে ৬ এপ্ৰিলত মাদ্ৰক থানা এলেকাৰ অন্তৰ্গত মোহনপুৰা গাঁৱত এগৰাকী মহিলাই কন্যাৰ ভাবী স্বামীৰ সৈতে পলায়ন কৰে। ইফালে কন্যাই বিয়াৰ সপোন দেখি আছিল যদিও হঠাতে বিয়াৰ ১০ দিন পূৰ্বে মাকে হ’বলগীয়া জোঁৱাইক লৈ পলাই যায়। আকৌ বিয়াৰ দিনা ১৬ এপ্ৰিলত পলাই যোৱা শাহুৱেক আৰু জোঁৱাই ৰাহুলে আলিগড়ৰ দাদোন থানাত উপস্থিত হয়। ৰাহুলে জনোৱা মতে, আলিগড়ৰ পৰা পলাই যোৱাৰ পিছত দুয়োজনেই কাছগঞ্জ, বৰেলী, তাৰ পিছত বিহাৰৰ মুজাফ্ফৰপুৰ পায়গৈ, কিন্তু মোবাইলটো চুইচ অন কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত নিজৰ ফটো আৰু খবৰ দেখি মই থতমত খায়। তাৰ পিছত তেওঁলোক দুয়োৱে সিদ্ধান্ত লৈ থানাত উপস্থিত হয়।

মহিলাগৰাকীয়ে কয় যে কন্যাৰ বিয়া ঠিক হোৱাৰে পৰা তেওঁৰ জোঁৱায়েকৰ লগত ঘনিষ্ঠতা বাঢ়িবলৈ  ধৰিলে। পাৰিবাৰিক কন্দলৰ বাবে তেওঁ প্ৰায়ে অশান্তিত ভুগিছিল যাৰ বাবে জোঁৱায়েকৰ পৰা সেই মৰম আৰু বিশ্বাস পাই জোঁৱায়েকৰ সৈতে পলায়ন কৰে।

পিছে এতিয়া তেওঁলোক দুয়ো সন্মুখীন হৈছে নতুন ভাবুকিৰ। এই ভাবুকি কেৱল হত্যাৰ বাবেই নহয়, বোমা বিস্ফোৰণৰো। যাক লৈ এতিয়া তেওঁলোকৰ মাজত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা। এই ভাবুকি সন্দৰ্ভত ইতিমধ্যে থানাত এজাহাৰ দাখিল কৰে লগতে প্ৰশাসনৰো সহায় বিচাৰে। আৰক্ষীয়ে বৰ্তমান এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।

Tags: Aligarhlove storyUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025