• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিশ্বৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে আপুনি জানেনে?

Nation NE by Nation NE
February 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিশ্বৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে আপুনি জানেনে?
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ বাহিৰেও নেপাল, ভূটান, মৰিচাছকে ধৰি সমগ্ৰ বিশ্বতে ভগৱান শিৱ মন্দিৰ আছে। ভাৰতত ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগ মন্দিৰ আছে। মহাশিৱৰাত্ৰিৰ দিনা লাখ লাখ লোকে এই মন্দিৰসমূহ দৰ্শন কৰে।

কিন্তু আপুনি জানেনে যে ভাৰততো বিশ্বৰ আটাইতকৈ ওখ শিৱ মন্দিৰ আছে?

এই মন্দিৰটো উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত।যাৰ নাম হৈছে টুংগনাথ। টুংগনাথ মন্দিৰ বিশ্বৰ আটাইতকৈ ওখ শিৱ মন্দিৰ। এই মন্দিৰটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,৬৮০ মিটাৰ (১২,০৭৩ ফুট) উচ্চতাত অৱস্থিত। ভগৱান শংকৰৰ এই মন্দিৰ পঞ্চকেদাৰ তীৰ্থস্থানত অন্তৰ্ভুক্ত।

এই টুংগনাথ মন্দিৰলৈ যাবলৈ হ’লে প্ৰথমে সোণপ্ৰয়াগলৈ যাব লাগিব। ইয়াৰ পিছত গুপ্তকাশী, উখিমাঠ, চোপ্ত হৈ টুংগনাথ মন্দিৰলৈ যাব পাৰি।

টুংগনাথৰ আক্ষৰিক অৰ্থ হৈছে ‘পৰ্বতৰ প্ৰভু। কিন্তু বিশ্বৰ সৰ্বোচ্চ শিৱ মন্দিৰৰ ইতিহাস মহাভাৰত যুগৰ সৈতে জড়িত। স্থানীয় ৰাইজৰ মতে, এই মন্দিৰৰ ভেটি মহাভাৰতৰ অৰ্জুনে স্থাপন কৰিছিল। শংকৰ ভগৱানক সন্তুষ্ট কৰিবলৈ পাণ্ডৱসকলে হাজাৰ হাজাৰ বছৰ আগতে এই মন্দিৰটো নিৰ্মাণ কৰিছিল বুলিও কোৱা হয়।

লোকবিশ্বাস অনুসৰি, মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকলে তেওঁলোকৰ নিজৰ ভাই-গুৰুক হত্যা কৰিছিল, যাৰ বাবে তেওঁলোকৰ জীৱনত হত্যাৰ পাপ আছিল। ভগৱান শংকৰৰ পৰা ক্ষমা পালে তেওঁ সকলো পাপৰ পৰা মুক্ত হ’ব বুলি ঋষি ব্যাসে তেওঁলোকক কয়।যাৰ বাবে পঞ্চপাণ্ডৱে ভগৱান শংকৰৰ এই মন্দিৰত পূজা-অৰ্চনা কৰিছিল।

কোৱা হয় যে, টুংগনাথ মন্দিৰত ভগৱান শিৱৰ বাহু পোৱা গৈছিল। টুংগনাথৰ উপৰিও পঞ্চ কেদাৰত কেদাৰনাথ, ৰুদ্ৰনাথ, মধ্যমহেশ্বৰ আৰু কল্পেশ্বৰ মন্দিৰ অন্তৰ্ভুক্ত। কোৱা হয় যে, মহাশিৱৰাত্ৰিৰ দিনা এই মন্দিৰ দৰ্শন কৰিলে জীৱনৰ সকলো পাপ নাশ হয়। গতিকে  মহাশিৱৰাত্ৰিৰ প্ৰাকমূহুৰ্তত  ভগৱান শিৱৰ টুংগনাথ মন্দিৰ দৰ্শন কৰাটো অতি শুভ।

Tags: LORD SHIVAUttarakhandWorship

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025