• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তৰাখণ্ডৰ সুখী টপৰ, ধাৰালী, হৰ্শিলত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত, ১৩০ জনতকৈ অধিক লোকক উদ্ধাৰ

Nation NE by Nation NE
August 6, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
উত্তৰাখণ্ডৰ সুখী টপৰ, ধাৰালী, হৰ্শিলত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত, ১৩০ জনতকৈ অধিক লোকক উদ্ধাৰ
Share on FacebookShare on TwitterWhatsApp

উত্তৰাখণ্ডৰ উত্তৰকাশীত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হয়। ধৰালীৰ উচ্চ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ পিছত খীৰগংগা নদীত বানপানীৰ সৃষ্টি হয়, যাৰ বাবে ধৰালী গাঁও ধ্বংস হৈছে। পানী আৰু ধ্বংসাৱশেষৰ দ্ৰুত সোঁতৰ বাবে ২০খনতকৈও অধিক হোটেল, ঘৰ আৰু হোমষ্টে তাঁচ পাতৰ দৰে ভাঙি পৰে।

ইফালে ধাৰালী, হৰ্শিল আৰু সুখী টপত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে। এই পৰ্যন্ত ১৩০ জনতকৈ অধিক লোকক উদ্ধাৰ কৰা হৈছে।

এই বানৰ ফলত এই পৰ্যন্ত ১০ জন লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱাৰ বিপৰীতে প্ৰায় ১০ জন সেনা জোৱানকে ধৰি বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। সেনা, এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষী-প্ৰশাসনৰ দলসমূহে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ পিছতে উদ্ধাৰ অভিযান দ্ৰুতগতিত অব্যাহত আছে। ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ পৰাই ধৰালীৰ দুৰ্যোগৰ ওপৰত নজৰ ৰখা হৈছে।

সমগ্ৰ উত্তৰাখণ্ডত বৰষুণৰ ফলত ভূমিস্খলনৰ বহু ঘটনাও সংঘটিত হৈছে। উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাণ্ডত নিহত লোকসকলক বিচাৰি উলিওৱাত সহায় কৰিবলৈ এন ডি আৰ এফে প্ৰথমটো বডি চাৰ্চ ডগ নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। এই বডি চাৰ্চ ডগ দিল্লীৰ পৰা বিমানেৰে লৈ যোৱা হ’ব, আনহাতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা বাহিনীটোৰ তিনিটা দল সেই স্থানত উপস্থিত হৈছে, প্ৰত্যেকটোতে ৩৫ জন উদ্ধাৰকাৰী ৰখা হৈছে।

আনহাতে, বুধবাৰেও উত্তৰাখণ্ডৰ বতৰৰ পৰা বিশেষ সকাহ পোৱাৰ সম্ভাৱনা নাই। বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বহু ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। একে সময়তে কিছু ঠাইত অৰেঞ্জ এলাৰ্ট সতৰ্কবাণীও জাৰি কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে হৰিদ্বাৰ, নৈনিতাল আৰু উধৰ সিং নগৰ জিলাৰ একাংশ স্থানত ধাৰাসাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। একে সময়তে চম্পাৱত, বাগেশ্বৰ, উত্তৰকাশী, পৌৰী, তেহৰী আৰু ডেৰাডুনত বৰষুণৰ অৰেঞ্জ এলাৰ্ট সতৰ্কবাণী জাৰি কৰা হৈছে।

Tags: CloudburstRescueUttarakhnd

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025