• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৫২.৫ গতিবেগেৰে বলিং কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ল’লে অৱসৰ

Nation NE by Nation NE
January 10, 2025
in Top News, ক্ৰীড়া
0 0
১৫২.৫ গতিবেগেৰে বলিং কৰা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ল’লে অৱসৰ
Share on FacebookShare on TwitterWhatsApp

বহু প্ৰতিক্ষীত চেম্পিয়নছ ট্ৰফীৰ বাবে মাজত মাত্ৰ কেইটামান দিন। এই সন্মানীয় প্ৰতিযোগিতাখনৰ পূৰ্বে ভাৰতৰ হৈ ১৫২.৫ কিলোমিটাৰ গতিবেগেৰে বলিং কৰা বৰুণ এৰনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে।

অৱসৰৰ কথা ঘোষণা কৰি ৩৫ বৰ্ষীয় বেগী বলাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ অনুভৱ ব্যক্ত কৰে।

তেওঁ লিখিছে, ‘বিগত ২০ বছৰে মই বেগী বলিঙৰ ৰোমাঞ্চ অনুভৱ কৰিছো। অপৰিসীম কৃতজ্ঞতাৰে আজি মই আনুষ্ঠানিকভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছো। ভগৱান, বন্ধু-বান্ধৱী, প্ৰশিক্ষক আৰু অনুৰাগীৰ সহায় অবিহনে মোৰ এই সুন্দৰ যাত্ৰা সম্পূৰ্ণ নহ’লহেঁতেন। খেলৰ সময়ত কেইবাবাৰো গুৰুতৰ আঘাতত ভুগিছিলো। এই সময়ছোৱাত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (এন চি এ)ৰ ফিজিঅ’, প্ৰশিক্ষকৰ অক্লান্ত প্ৰচেষ্টাৰ বাবে প্ৰতিবাৰেই মই পুনৰ খেলপথাৰলৈ উভতি আহিবলৈ সক্ষম হৈছিলো।’

উল্লেখ্য যে, দেশৰ হৈ অত্যন্ত বেগত বলিং কৰা বলাৰৰ তালিকাত নাম আহে বৰুণ এৰনৰ। তেওঁ ঘণ্টাত ১৫২.৫ কিলোমিটাৰ গতিবেগেৰে বলিং কৰি ক্ৰিকেট অনুৰাগীক স্তম্ভিত কৰি তুলিছিল। অৱশ্যে দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক গতিবেগত বলিং কৰাৰ অভিলেখ প্ৰাক্তন ক্ৰিকেটাৰ জভাগল শ্ৰীনাথৰ নামত আছে। শ্ৰীনাথে প্ৰতি ঘণ্টাত ১৫৪.৫ কিলোমিটাৰ গতিবেগেৰে বলিং কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ সৰ্বাধিক বেগী বলাৰ

১৫৪.৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত – জভাগল শ্ৰীনাথ

১৫৩.৭ কিলোমিটাৰ প্ৰতি ঘণ্টাত – ইৰফান পাঠান

১৫৩.৩ কিলোমিটাৰ প্ৰতি ঘণ্টাত – মহম্মদ ছামী

১৫৩.২৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত – জশপ্ৰীত বুমৰাহ

১৫২.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাত – নৱদীপ ছাইনী

১৫২.৬ কিলোমিটাৰ প্ৰতি ঘণ্টাত – ঈশান্ত শৰ্মা

১৫২.৫ কিলোমিটাৰ প্ৰতি ঘণ্টাত – বৰুণ এৰন

বৰুণ এৰনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ

যদি আমি বৰুণ এৰনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰৰ কথা কওঁ, তেন্তে তেওঁৰ কেৰিয়াৰ বৰ বেছি দীঘলীয়া নাছিল। তেওঁ দেশৰ হৈ ৯ খন টেষ্ট আৰু ৯ খন এদিনীয়া মেচ খেলিবলৈ সক্ষম হয়। এই সময়ছোৱাত তেওঁ ১৪টা টেষ্ট ইনিংছত ৫২.৬১ গড়ে ১৮টা উইকেট আৰু ৯টা এদিনীয়া ইনিংছত ৩৮.০৯ গড়ে ১১টা উইকেট দখল কৰে।

বৰুণ এৰনৰ আই পি এল কেৰিয়াৰ

দেশৰ হৈ বহু আন্তঃৰাষ্ট্ৰীয় মেচ খেলা নাছিল যদিও মুঠ ৫২ খন আই পি এল মেচত অংশ লৈছিল বৰুণ এৰনে। এই সময়ছোৱাত তেওঁ ৩৩.৬৬ গড়ে ৫০ ইনিংছত ৪৪টা উইকেট দখল কৰিবলৈ সক্ষম হয়। আই পি এলত তেওঁৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন ১৬ ৰানত তিনিটা উইকেট।

Tags: #cricketInternational CricketRetirementVarun Aaron

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025