• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোনো ক্ৰিকেটাৰে কৰি দেখুৱাব নোৱাৰা কাম কৰি দেখুৱালে কোহলীয়ে; গঢ়িলে ঐতিহাসিক অভিলেখ

Nation NE by Nation NE
May 28, 2025
in Top News, ক্ৰীড়া
0 0
কোনো ক্ৰিকেটাৰে কৰি দেখুৱাব নোৱাৰা কাম কৰি দেখুৱালে কোহলীয়ে; গঢ়িলে ঐতিহাসিক অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আন এক বিৰল অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী। ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেট অৰ্থাৎ টি-২০ ক্ৰিকেটত এটা দলৰ হৈ অংশগ্ৰহণ কৰি ৯০০০তকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে কোহলী।

২৭ মে’ত অনুষ্ঠিত হোৱা আই পি এলৰ ৭০ সংখ্যক মেচত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে ২৪ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে কোহলীৰ নামত সংযোজন হয় এই কৃতিত্ব। তেওঁ আৰ চি বিৰ হৈ এইপৰ্যন্ত ৯০৩০ ৰান সংগ্ৰহ কৰিছে।

পুৰুষৰ টি-২০ত এটা দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ

৯০০৪ ৰান – বিৰাট কোহলী – আৰ চি বি

৬০৬০ ৰান – ৰোহিত শৰ্মা – মুম্বাই ইণ্ডিয়ানছ

৫৯৩৪ ৰান – জেমছ ভিন্স – হেম্পশ্বায়াৰ

৫৫২৮ ৰান – সুৰেশ ৰাইনা – চেন্নাই ছুপাৰ কিংছ

৫৩১৪ ৰান – এম এছ ধোনী – চেন্নাই ছুপাৰ কিংছ

মঙলবাৰে অনুষ্ঠিত হোৱা মেচখনত বিৰাট কোহলীয়ে ৩০টা বলত ৫৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ইনিংছটোত আছিল ১০টা চাৰি। আৰ চি বিয়ে মাত্ৰ ১৮.৪ অভাৰতে বিশাল লক্ষ্য অনুসৰণ কৰে। প্ৰথমে বেট ধৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ২২৭ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্ণৌৰ হৈ অধিনায়ক ঋষভ পন্তে শতকীয় ইনিংছ খেলে।

ইফালে বিৰাট কোহলী আৰু অধিনায়ক জীতেশ শৰ্মাৰ বিস্ফোৰক অৰ্ধশতকীয় ইনিংছৰ সহায়ত আৰ চি বিয়ে অনায়াসে মেচখনত জয়ী হয়।

Tags: IPL 2025RCBVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025