• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উত্তেজনাময় জয়পুৰ, ৱাকফ আইনৰ বিৰুদ্ধে ওলাই আহিব হাজাৰ হাজাৰ মুছলমান

Nation NE by Nation NE
April 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…
Share on FacebookShare on TwitterWhatsApp

ৱাকফক সংশোধনী আইনৰ বিৰুদ্ধে মুছলমান সংগঠনসমূহে অহৰহ প্ৰতিবাদ অব্যাহত ৰাখিছে। এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে। এতিয়া জয়পুৰত হৈছে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ।

ৱাকফ আইন বিৰোধী আন্দোলনত সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডক সমৰ্থন জনাইছে জামাত ই ইছলামী হিন্দে। এই ৰেলী ১১ এপ্ৰিলত শুকুৰবাৰৰ নামাজৰ পিছতেই ১:৪৫ বজাত উলিওৱা হ’ব, য’ত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জামাত-ই-ইছলামী হিন্দে কয় যে, এই আইনখন সমগ্ৰ দেশৰ মুছলমানসকলৰ বাবে গ্ৰহণযোগ্য নহয় কাৰণ ই সংবিধানৰ মৌলিক মনোভাৱৰ বিৰুদ্ধে। অনাগত দিনত এই সন্দৰ্ভত ৰাজপথত প্ৰতিবাদ। দৰাচলতে জামাত-ই-ইছলামী হিন্দই অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ড আৰু অন্যান্য সংগঠনৰ সহযোগত ছেভ ৱাকফ আন্দোলন আৰম্ভ কৰিছে। আজি অৰ্থাৎ ১১ এপ্ৰিল এই অভিযানৰ প্ৰথম দিন।

জামাতৰ ৰাজ্যিক সভাপতি মহম্মদ নাজিম আৰু সংবাদ সম্পাদক ড০ চৈয়দ নাছিৰ হাছানে কয় যে সমগ্ৰ ৰাজস্থানৰ ইমামসকলক জুমাৰ নামাজৰ সময়ত এই আইনৰ বিৰুদ্ধে ভাষণ দিবলৈ আহ্বান জনোৱা হৈছে। অনাগত দিনত তেওঁলোকৰ অঞ্চলতো বিক্ষোভ প্ৰদৰ্শন কৰা হ’ব।

এই আইনৰ বিৰুদ্ধে জামাত ই ইছলামী হিন্দে কয় যে, এই আইনখন মুছলমানৰ বিৰুদ্ধে আৰু সংবিধানৰো বিৰোধী। যাৰ বাবে আন ধৰ্মক একত্ৰিত কৰিবলৈ আহ্বান জনোৱা হ’ব আৰু তেওঁলোককো কোৱা হ’ব যে তেওঁলোককো কেনেকৈ লক্ষ্য কৰি ল’ব পাৰি।

ইফালে জমিয়ত উলেমা-ই-হিন্দে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ নকৰাৰ সিদ্ধান্ত লৈছে। এই আইনখনৰ বিৰুদ্ধে জমিয়তে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আৰু এই গোচৰৰ শুনানি হ’ব ১৬ এপ্ৰিলত।

মৌলানা আৰ্ছাদ মাদানীয়ে শেহতীয়াকৈ কৈছিল যে, এই আইনখন এনে সময়ত অনা হৈছে যেতিয়া সমগ্ৰ দেশতে মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ ধুমুহা বলিছে। তেওঁলোকৰ বহু মছজিদ আৰু দৰগাহ ইতিমধ্যে লক্ষ্য কৰি লোৱা হৈছে আৰু তাত মন্দিৰ আছে বুলি দাবী কৰা হৈছে।

Tags: JaipurmuslimWAQF

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025