• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
22 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত জেপিচিৰ ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন

Nation NE by Nation NE
December 6, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱাকফ বিধেয়কৰ বাবে বৃদ্ধি কৰা হ’ব গঠন কৰা JPCৰ কাৰ্যকাল
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে সংসদত ৱাকফ সংশোধনী বিধেয়কক লৈ গঠিত জেপিচিৰ ২৮ সংখ্যক বৈঠক  অনুষ্ঠিত হয়। সভাত জেপিচিৰ সকলো সদস্যক ৮৮৭ পৃষ্ঠাৰ গোপনীয় প্ৰতিবেদন প্ৰদান কৰা হয়।

এই সমিতিৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, যুটীয়া সংসদীয় সমিতিয়ে এতিয়ালৈকে ৱাকফ সংশোধনী বিধেয়কৰ ৪৪টা সংশোধনীৰ ওপৰত ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে। কমিটীৰ প্ৰতিবেদনে চূড়ান্ত ৰূপ লোৱাৰ লগে লগে আৰু কিছু পৃষ্ঠা যোগ হোৱাৰ সম্ভাৱনা আছে।

১১ ডিচেম্বৰত জেপিচিৰ পৰৱৰ্তী বৈঠকৰ আহ্বান কৰা হৈছে। অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বৈঠকত ধৰ্মীয় সংগঠন দাৰুল উলুম দেওবন্দৰ সদস্যসকলক জেপিচিলৈ মাতি অনা হ’ব। এতিয়ালৈকে দাৰুল উলুমে ৱাকফৰ ওপৰত জেপিচিৰ বৈঠকত অংশগ্ৰহণ কৰা নাছিল। সূত্ৰ অনুসৰি, কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ উমৰ ফাৰুকেও জেপিচিৰ সন্মুখত আহি নিজৰ উদ্দেশ্য প্ৰকাশ কৰিব বিচাৰিছে।

উমৰ ফাৰুকে এই সন্দৰ্ভত সমিতিৰ অধ্যক্ষলৈ পত্ৰ লিখি তেওঁৰ মতামত দাঙি ধৰাৰ সুযোগ দিবলৈ অনুৰোধ কৰিছে। কমিটীৰ সদস্যসকলৰ মতে, মিৰৱাইজে কমিটীৰ সন্মুখত হাজিৰ হ’বলৈ কৰা অনুৰোধৰ পৰাও এইখন দেশৰ আইন-শৃংখলাৰ ওপৰত এতিয়া তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে বুলি প্ৰমাণিত হৈছে।

জেপিচি গঠনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰায় ৩ ঘণ্টা ধৰি চলি থকা বৈঠকত শান্তিপূৰ্ণ আৰু আন্তৰিক পৰিবেশত মন্ত্ৰণালয়ৰ বিষয়াসকলক আলোচনা কৰি প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পূৰ্বে প্ৰায় ২৭খন বৈঠকতে কমিটীৰ সদস্যসকলৰ মাজত বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি হৈছিল।

Tags: Indiakashmirwakf board

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025