• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশৰ ৫টা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জানো আহক

Nation NE by Nation NE
February 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দেশৰ ৫টা গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে জানো আহক
Share on FacebookShare on TwitterWhatsApp

কোটিপতি ইলন মাস্কৰ নেতৃত্বত আমেৰিকা চৰকাৰৰ দক্ষতা সংস্থাই “ভাৰতত নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি”ৰ বাবে আবণ্টিত ২ কোটি ১০ লাখ মাৰ্কিন ডলাৰকে ধৰি ব্যয় কৰ্তনৰ ধাৰাবাহিকতা ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিগত মাহত ইলন মাস্কক নতুন চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী হিচাপে বাছি লয়। শাসন ​​ব্যৱস্থা উন্নত কৰাৰ লগতে অপচয়কাৰী ব্যয় ৰোধৰ বাবে বিভাগটোৱে শনিবাৰে এক্সত এটা পোষ্টত এই কৰ্তনৰ কথা ঘোষণা কৰে।

বিগত দুদিনত ছৌদি আৰব, ইউ এ ই আদি দেশৰ পৰা প্ৰায় ১৭০ জন পাকিস্তানীক বিতাড়িত কৰা হৈছে। দেওবাৰে সংবাদ মাধ্যমৰ বাতৰিৰ পৰা পোহৰলৈ আহিছে এই তথ্য। সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, ভিক্ষা, ড্ৰাগছ সৰবৰাহ, অবৈধভাৱে বাস কৰা, চাকৰিৰ পৰা পলায়ন কৰা আৰু চুক্তিবদ্ধ চুক্তি উলংঘা কৰা ৯৪ জন পাকিস্তানীক বিতাড়িত কৰিছে ছৌদি কৰ্তৃপক্ষই।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে দেওবাৰে কয় যে, তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দলৰ সৈতে সংঘাত সমাধানৰ বাবে কাম আৰম্ভ কৰিছে। তেওঁ কয় যে, দুয়োখন দেশৰ মাজত সহযোগিতাই যুদ্ধ বন্ধ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ আশাৰ সঞ্চাৰ কৰিছে। জেলেনস্কিয়ে কয় যে, বিশ্বই এতিয়া আমেৰিকাক এনে এখন শক্তি হিচাপে চাইছে, যিয়ে যুদ্ধৰ অন্ত পেলোৱাৰ ক্ষমতাই নহয়, স্থায়ী শান্তি নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে শনিবাৰে দাবী কৰে যে ৰাছিয়াই এই সপ্তাহত ইউক্ৰেইনৰ বিৰুদ্ধে ১২২০টা আকাশী বোমা, ৮৫০টাতকৈ অধিক ড্ৰ’ন আৰু ৪০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। তেওঁ অভিযোগ কৰে যে, ৰাছিয়াই বৰ্তমানেও যুদ্ধ অব্যাহত ৰাখিব বিচাৰে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, বৰ্তমানৰ অৱস্থাত ৰাছিয়াক ক্ষমতাৰ দখল বজাই ৰাখিবলৈ যুদ্ধৰ প্ৰয়োজন আৰু প্ৰতিদিনে ই ইউক্ৰেইনত বোমা বিস্ফোৰণ কৰি যুদ্ধ অব্যাহত ৰখাৰ উদ্দেশ্য প্ৰমাণ কৰে।

বিদেশ মন্ত্ৰী এছ. জয়শংকৰে দেওবাৰে বাংলাদেশৰ বিষয় সন্দৰ্ভত পৰামৰ্শদাতা তৌহীদ হুছেইনক সাক্ষাৎ কৰে আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষীয় সম্বন্ধত চৰ্চা কৰে।

Tags: Latest newsUpdateNewsWorld news

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025