• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাহাল-ধনশ্ৰীৰ সম্পৰ্কৰ অন্ত; বিবাহ বিচ্ছেদক মঞ্জুৰ আদালতৰ

Nation NE by Nation NE
March 20, 2025
in Top News, ক্ৰীড়া
0 0
চাহাল-ধনশ্ৰীৰ সম্পৰ্কৰ অন্ত; বিবাহ বিচ্ছেদক মঞ্জুৰ আদালতৰ
Share on FacebookShare on TwitterWhatsApp

প্ৰায় আঢ়ৈ বছৰ ইজনে-সিজনৰ পৰা দূৰত থকাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা যুজবেন্দ্ৰ চাহাল আৰু তেওঁৰ নৃত্য পৰিচালক পত্নী ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদ হয়। বিগত কিছু দিনৰ পৰা দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কে বাতৰি প্ৰকাশ পাই আছিল, তাৰ পিছত দুয়োজনে বান্দ্ৰাৰ পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল।

২০ মাৰ্চ বৃহস্পতিবাৰে পৰিয়াল আদালতে দুয়োৰে বিবাহ বিচ্ছেদৰ আবেদনত অনুমোদন জনাইছে। ইয়াৰ লগে লগে তেওঁলোকৰ প্ৰায় ৪ বছৰ ৩ মাহৰ পিছত স্বামী-স্ত্ৰীৰ সম্পৰ্ক অন্ত পৰিল।

২০ মাৰ্চ বৃহস্পতিবাৰে মুম্বাইৰ বান্দ্ৰা পৰিয়াল আদালতে বিবাহ বিচ্ছেদ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰে। এই শুনানিৰ বাবে চাহাল আৰু ধনশ্ৰীয়ে পৃথকে পৃথকে আদালতত উপস্থিত হৈছিল। ক’লা জেকেট আৰু মাস্ক পিন্ধি অধিবক্তাসকলৰ সৈতে প্ৰথমে আদালতত উপস্থিত হৈছিল চাহাল। আৰু ইয়াৰ কিছু সময়ৰ পাছত ধনশ্ৰী বগা টি-চাৰ্ট পিন্ধি আদালতত উপস্থিত হয়। তেওঁ মুখত পৰিধান কৰিছিল মাস্ক।

এই সময়ছোৱাত দুয়োৰে প্ৰতিক্ৰিয়া ল’বলৈ আদালত চৌহদত সংবাদ কৰ্মীসকলে ভিৰ কৰিছিল যদিও দুয়োজনে প্ৰতিক্ৰিয়া দিয়াৰ পৰা আঁতৰি থাকে।

৪ বছৰ পূৰ্বে আবদ্ধ হৈছিল বিয়াত

উল্লেখ্য যে, ২০২০ চনৰ ২৪ ডিচেম্বৰত চাহল আৰু ধনশ্ৰীৰ বিবাহ হয়। কিন্তু তিনি-চাৰি মাহ পূৰ্বে ইনষ্টাগ্ৰামত ইজনে সিজনক আনফ’ল’ কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্কত বিভাজনৰ খবৰ প্ৰকাশ পাইছিল।

বিভিন্ন উৰা বাতৰিৰ পিছত দুয়োজনে এই সন্দৰ্ভত বান্দ্ৰা পৰিয়াল আদালতত আবেদন কৰিছিল। ইয়াৰ পিছত তেওঁলোকে বম্বে উচ্চ ন্যায়ালয়ত আবেদন জনায় আৰু আদালতে ১৯ মাৰ্চ বুধবাৰে ৰায়দান কৰাৰ সময়তে ২০ মাৰ্চত পৰিয়াল আদালতক বিষয়টো নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা ডেৰ-দুবছৰ ধৰি ইজনে সিজনৰ পৰা পৃথকে বাস কৰা বুলি উল্লেখ কৰাৰ বাবে উচ্চ ন্যায়ালয়ে দুয়োকে কুলিং অফৰ পৰাও ৰেহাই প্ৰদান কৰে। এই বিবাহ বিচ্ছেদৰ বিনিময়ত চাহালে ধনশ্ৰীক ৪.৭৫ কোটি টকা দিয়াৰো চুক্তি হৈছিল, ইয়াৰে ৫০ শতাংশ ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে দিছে আৰু বাকীখিনি পৰৱৰ্তী পৰ্যায়ত দিয়া হ’ব।

Tags: Dhanashree VermaDivorcedYuzvednra Chahal

Related Posts

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026

শীৰ্ষ সংবাদ

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025