• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হিন্দু নেতাৰ বিতৰ্কিত মন্তব্যই আনিব নেকি সাম্প্ৰদায়িক ব্যৱধান!

Nation NE by Nation NE
March 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হিন্দু নেতাৰ বিতৰ্কিত মন্তব্যই আনিব নেকি সাম্প্ৰদায়িক ব্যৱধান!
Share on FacebookShare on TwitterWhatsApp

এগৰাকী নেতাৰ বিতৰ্কিত ভাষণৰ প্ৰভাৱ এতিয়া দেখা গৈছে এতিয়া সমগ্ৰ দেশত। ইয়াৰ পূৰ্বে দণ্ডিয়া গৰ্বা মহোৎসৱ, মহা কুম্ভকে ধৰি বহু হিন্দু উৎসৱত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছিল। এতিয়া হোলী উদযাপনতো মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে।

দৰাচলতে উত্তৰ প্ৰদেশৰ মথুৰা জিলাত হোলী উদযাপনত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ দাবী উত্থাপন হৈছে। এই সন্দৰ্ভত দেশত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মথুৰাৰ সন্তসকলে স্পষ্টকৈ কৈছে যে, হোলীৰ সময়ত মুছলমানক ব্ৰজ অঞ্চলত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই অঞ্চলত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।

শ্ৰী কৃষ্ণ জন্মভূমি গোচৰৰ আবেদনকাৰী দীনেশ শৰ্মা ফলাহাৰীয়ে ব্ৰজ হোলীত মুছলমানৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ তেজেৰে এখন পত্ৰ লিখিছে। দীনেশ শৰ্মা ফলাহাৰীয়ে কয় যে, হিন্দুসকলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ দাবী জনাই যে, হোলীৰ দৰে পৱিত্ৰ উৎসৱত মুছলমানৰ দোকান স্থাপন কৰিব নোৱাৰিব।

তেওঁ কয় যে, হোলীৰ ৰঙত মুছলমানে বিষ মিহলাই তাত কাঁচৰ টুকুৰা দিব পাৰে, মিঠাইত বিষাক্ত মিশ্ৰণ কৰিব পাৰে। এনে মানুহক আমাৰ এই উৎসৱৰ পৰা আঁতৰাই ৰাখিব লাগে, কাৰণ তেওঁলোকে যিকোনো পৰিসৰলৈ যাব পাৰে। মক্কা-মদিনালৈ যদি হিন্দু যাব নোৱাৰে, তেন্তে হিন্দুৰ উৎসৱত কিয় হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে বুলি তেওঁ প্ৰশ্ন কৰে।

ইয়াৰ উপৰি মথুৰাৰ সন্তসকলে কয় যে, হোলীৰ দৰে হিন্দু ধৰ্মৰ প্ৰধান উৎসৱটো চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ মথুৰালৈ আহে। এনে পৰিস্থিতিত হোলীৰ সময়ত ব্ৰজলৈ মুছলমানসকলৰ আগমন তেওঁলোকৰ বিশ্বাস আৰু ধৰ্মীয় পৰম্পৰাৰ বিৰোধী।

Tags: HinduHOLIUttar Pradesh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025