• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
24 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE by Nation NE
April 30, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Share on FacebookShare on TwitterWhatsApp
সুপ্ৰভাত। দিনটোৰ আৰম্ভণিতেই কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আৰম্ভ কৰিছো ৰাতিপুৱাৰ এই শিতানটো।

মহানগৰীৰ উলুবাৰীত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত ৩ জন। BARৰ নিৰ্মাণকাৰ্য চলাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ আহত হয় এই শ্ৰমিক ৩ জন। উলুবাৰীস্থিত ZANS COMPLEXত সংঘটিত এই ভয়ংকৰ অঘটন। D Father Restro & Barৰ নিৰ্মাণকাৰ্য চলাই থকাৰ সময়তে ঘটে এই দুৰ্ঘটনা। লোৰ পাইপ তলৰ পৰা ওপৰত উঠাবলৈ লওঁতেই এই অঘটন।

ৰুদ্ৰাক্স মলস্থিত EXORO বাৰৰ অনুজ্ঞাপত্ৰ নিলম্বন। নীতি বৰ্হিভূতভাবে পুৱতি নিশা লৈকে খোলা ৰাখিছিল বাৰ খন। নিশা ১২.৩০ মিনিতলৈকেহে আছিল খোলাৰ অনুমতি। মঠঘৰীয়াৰ দুৰ্ঘটনাৰ তদন্তত পোহৰলৈ আহিছিল এই কথা। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হৈছে অনুজ্ঞাপত্ৰ। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ জিলা আয়ুক্ত স্বপ্নীল পালৰ। ১৫ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ।

হিমাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰে চাৰিচকীয়া বাহন। দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক। হিমাচল প্ৰদেশৰ চিন্তপূৰ্ণি-ভৰৱাই পথত এই দুৰ্ঘটনা। চিন্তপূৰ্ণি মন্দিৰ পৰিদৰ্শন কৰি উভতি আহিছিল দলটো। CCTVত বন্দী হ’ল ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য।

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ভস্মীভূত এখন বাহন। অগ্নিদগ্ধ হৈ মৃত্যু একেটা পৰিয়ালৰে ৫ গৰাকীৰ। বাহনৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা চালকৰ। আলোৱাড়ত সংঘটিত হৈছে এই দুৰ্ঘটনা। বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি আহিছিল পৰিয়ালটো।

পুনৰ এবাৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। কাবুলে পাকিস্তানে এখন বিশ্ববিদ্যালয় আৰু আৱাসিক এলেকাত আক্ৰমণৰ অভিযোগ উত্থাপন কৰি শক্তিশালী স্থিতি গ্ৰহণ কৰিছে আৰু এই বিষয়ত পাকিস্তানৰ চাৰ্জ ডি এফেয়াৰ্ছক মাতিছে। মন্ত্ৰালয়ৰ মতে, কুনাৰ প্ৰদেশৰ এখন বিশ্ববিদ্যালয় আৰু ডুৰাণ্ড লাইনৰ কাষৰ অসামৰিক লক্ষ্য আৰু ৰাজহুৱা আন্তঃগাঁথনিত আক্ৰমণৰ অভিযোগৰ প্ৰতিবাদত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Tags: Latest newsmorning newsnews update

Related Posts

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026

শীৰ্ষ সংবাদ

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025