• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুৰক্ষাজনিত কাৰণৰ বাবে IPLৰ সময়সূচী সলনি

Nation NE by Nation NE
March 28, 2025
in Top News, ক্ৰীড়া
0 0
সুৰক্ষাজনিত কাৰণৰ বাবে IPLৰ সময়সূচী সলনি
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সলনি কৰিলে আই পি এলৰ এখন খেলৰ সূচী। অহা ৬ এপ্ৰিলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হোৱা লীগৰ ১৯ সংখ্যক মেচখন নিৰাপত্তাজনিত কাৰণত বিচিচিআইয়ে সালসলনি কৰিছে।

আই পি এলৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি এতিয়া এই মেচখন অহা ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব।

আই পি এলৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি কলকাতা আৰক্ষীয়ে বংগ ক্ৰিকেট সন্থাৰ ওচৰত অনুৰোধ জনোৱাৰ পিছতে ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উৎসৱৰ বাবে সমগ্ৰ মহানগৰীত অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব যাৰ বাবে ৮ এপ্ৰিলত খেলখন স্থানান্তৰ কৰিবলৈ বিষয়াসকলে অনুৰোধ জনাইছিল।

ইয়াৰ বাহিৰে বাকী খেলৰ সময়সূচীত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। এতিয়া এই খেলখন অহা ৮ এপ্ৰিলৰ বিয়লি ৩:৩০ বজাত অনুষ্ঠিত হ’ব।

নতুন সংশোধনী অনুসৰি এতিয়া ৬ এপ্ৰিল অৰ্থাত দেওবাৰে মাত্ৰ এখন মেচহে হ’ব। ইয়াৰ পূৰ্বে এই দিনটোত দুখন মেচ অনুষ্ঠিত হ’বলগীয়া আছিল। এতিয়া ৬ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদে সন্ধিয়া ৭:৩০ বজাৰ পৰা গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।

আনহাতে অহা ৮ এপ্ৰিল অৰ্থাত মঙলবাৰে ডাবল হেডাৰ মেচ অনুষ্ঠিত হ’ব, য’ত বিয়লি লক্ষ্ণৌই কলকাতাৰ বিৰুদ্ধে খেলিব, তাৰ পিছত সূচী অনুসৰি চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া সন্ধিয়াৰ খেলখনত পঞ্জাৱ কিংছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব।

Tags: IPLIPL ScheduleKOLKATAKolkata Knight Riders

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025