• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

Nation NE by Nation NE
April 29, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰত অনন্তনাগ আৰক্ষীয়ে জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ৰ কাষত নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ কোটি কোটি টকাৰ অবৈধ সম্পত্তি বুলডজাৰেৰে ভাঙি পেলোৱা হয়। বিষয়াসকলে কয় যে এই পদক্ষেপ অবৈধ ব্যৱসায়ৰ জৰিয়তে অধিগ্ৰহণ কৰা সম্পত্তিক লক্ষ্য কৰি তথা ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে চলি থকা অভিযানৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে।

ভাঙি পেলোৱা অট্টালিকাবোৰ ড্ৰাগছ সৰবৰাহৰ পৰা পোৱা ধনেৰে নিৰ্মিত সম্পত্তি বুলি চিনাক্ত কৰা হৈছে। এজন বিষয়াৰ মতে, আৰক্ষী আৰু কৰ্তৃপক্ষৰ এই যৌথ অভিযান সঠিক আইনী পদ্ধতি অনুসৰণ কৰি চলোৱা হৈছিল; ইয়াৰ লক্ষ্য আছিল জিলাখনৰ ড্ৰাগছ সৰবৰাহকাৰীৰ আৰ্থিক নেটৱৰ্ক ভাঙি পেলোৱা।

এইক্ষেত্ৰত আৰক্ষীয়ে জনসাধাৰণক ড্ৰাগছ নেটৱৰ্ক আৰু ইয়াৰ দ্বাৰা সমাজৰ প্ৰতি কঢ়িয়াই অনা ভাবুকি সম্পূৰ্ণৰূপে নাইকিয়া কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে। ড্ৰাগছ নেটৱৰ্কৰ ধনেৰে অবৈধভাৱে নিৰ্মাণ কৰা সম্পত্তিসমূহ বুলডজাৰ ব্যৱহাৰ কৰি ভাঙি পেলোৱা হয়।

উল্লেখযোগ্য যে, আৰক্ষী আৰু প্ৰশাসনে ড্ৰাগছ নেটৱৰ্কৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ড্ৰাগছ ডি-এডিকচন জম্মু-কাশ্মীৰ অভিযান আৰু ১০০ দিনৰ ভিতৰত ড্ৰাগছ নেটৱৰ্ক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে। ড্ৰাগছৰ নেটৱৰ্কৰ সৈতে জড়িতসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁলোকৰ অবৈধ সম্পত্তিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Tags: actionIllegalProperty

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025