• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

অবিশ্বাস্য… কিন্তু সত্য; কামৰ বোজা সহিব নোৱাৰি ৰৱটৰ ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
July 8, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
অবিশ্বাস্য… কিন্তু সত্য; কামৰ বোজা সহিব নোৱাৰি ৰৱটৰ ভয়ংকৰ কাণ্ড

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মানুহে আত্মহত্যা কৰাৰ খবৰ আপুনি বহুত শুনিছে। কিন্তু প্ৰথমবাৰৰ বাবে ৰৱটে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। অতিৰিক্ত কামৰ বোজা সহিব নোৱাৰি ৰৱটে আত্মহত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

চিনেমা-চিনেমা লগা এই ঘটনা সংঘটিত হৈছে দক্ষিণ কোৰিয়াত। দক্ষিণ কোৰিয়াৰ গুমি নগৰ পৰিষদে ২৬ জুনত প্ৰকাশ কৰিছিল যে তেওঁলোকৰ শীৰ্ষ প্ৰশাসনিক বিষয়া ৰৱটটো মৃত অৱস্থাত পোৱা গৈছিল। পৰিষদে কৈছিল যে, ৰৱটটোৱে ছয় ফুট ওখ চিৰিৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে।

এটা আগশাৰীৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি, স্থানীয় লোকসকল এই ঘটনাত হতবাক হৈছে আৰু এই ঘটনাক ৰৱটৰ প্ৰথম আত্মহত্যাৰ ঘটনা বুলি কোৱা হৈছে।

উল্লেখ্য যে, এমআই চিটি কাউন্সিলে ২০২৩ চনৰ আগষ্টত এই ৰৱটটো নিযুক্ত কৰিছিল। ইয়াক কেলিফৰ্ণিয়াস্থিত কোম্পানী বেয়াৰ ৰৱটিক্সে নিৰ্মাণ কৰিছিল। এই ৰৱটটোৱে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ কাম কৰিছিল।

এএফপিৰ মতে, ই এনে ধৰণৰ প্ৰথম ৰৱট আছিল যি চহৰখনৰ দস্তাবেজ বিতৰণ আৰু প্ৰচাৰ আৰু তথ্যত সহায় কৰিছিল। আন ৰৱটৰ বিপৰীতে ই নিজৰ এলিভেটৰ চলাবলৈ আৰু বিভিন্ন মহলালৈ যাবলৈ সক্ষম হৈছিল।

ৰৱটটো আনুষ্ঠানিকভাৱে চিটি হলৰ অংশ আছিল। তেওঁ অতি নিষ্ঠাৰে কাম কৰিছিল  কিন্তু হঠাতে চিৰিৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনাত চিন্তিত হৈছে নিৰ্মাণৰত কোম্পানীটো।

ইফালে, ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে, ‘প্ৰথমে এই ৰৱটটোৱে চিৰিৰ ওপৰত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত হঠাতে তেওঁ চিৰিৰ পৰা জঁপিয়াই দিয়ে। এই সমগ্ৰ ঘটনাত গুমি নগৰ পৰিষদে ঘোষণা কৰিছে যে ৰৱটটোৱে কিয় আত্মহত্যাৰ পদক্ষেপ লৈছিল জানিবলৈ চেষ্টা কৰিব। বৰ্তমান ৰৱটৰ টুকুৰাবোৰ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে ফৰেনচিক লেবলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, দক্ষিণ কোৰিয়া এনেকুৱা এখন দেশ য’ত প্ৰতি ১০ জন কৰ্মচাৰীৰ বিপৰীতে এজন ৰৱটে কাম কৰে। আনকি, বহুকেইটা চৰকাৰী গুৰুত্বপূৰ্ণ দপ্তৰতো ৰৱটে সেৱা আগবঢ়াইছে।

বিশ্বৰ অন্য দেশৰ তুলনাত দক্ষিণ কোৰিয়াত ৭ গুণ অধিক ৰৱটে সেৱা আগবঢ়াই আহিছে। আনকি, এইক্ষেত্ৰত আমেৰিকাকো চেৰ পেলাইছে কোৰিয়ান দেশখনে।

Tags: RobotSouth Korea

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025