• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 13, 2025
33 °c
Guwahati
28 ° Mon
28 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    অনুষ্ঠিত নহয় চলিত ছীজনৰ ISL? দেশৰ বৃহত্তম ফুটবল লীগৰ ভৱিষ্যতক লৈ প্ৰশ্ন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    অতি মৰ্মান্তিক! তামাৰহাটত মাতৃ আৰু দুই কন্যাই একেলগে ল’লে চৰম সিদ্ধান্ত

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

    গোৱালপাৰাত উচ্ছেদৰ পূৰ্বেই ঘৰ-বাৰী এৰি গ’ল প্ৰায় ৯৫ শতাংশ দখলকাৰী

    পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা ১০৮০টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    মন্দিৰত নিষিদ্ধ মাংস পেলোৱা কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ধুবুৰী আক্ষীৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home আন্তঃ ৰাষ্ট্ৰীয়

      ভাৰত-ৰাছিয়াৰ নতুন পৰিকল্পনা; চিন্তিত চীন-আমেৰিকা

      Nation NE by Nation NE
      July 10, 2024
      in আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ভাৰত-ৰাছিয়াৰ নতুন পৰিকল্পনা; চিন্তিত চীন-আমেৰিকা
      Share on FacebookShare on TwitterWhatsApp

      লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই ৰাছিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন।

      দুয়োখন দেশৰ মাজত কেৱল ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ বিষয়েই নহয়, অহা ৫ বছৰত ভাৰত-ৰাছিয়াৰ মাজত কেনেধৰণৰ  অৰ্থনৈতিক সম্পৰ্ক দেখা যাব সেই বিষয়ে আলোচনা কৰা হয়।

      দৰাচলতে দুয়োখন দেশে ১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা কৰে। দুয়ো দেশৰ মুৰব্বীৰ এই পৰিকল্পনা দেখি আমেৰিকা, চীন আৰু ইউৰোপৰ দেশসমূহ হৈ পৰে বিচলিত।

      ২০২৩-২৪ বিত্তীয় বৰ্ষত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বাণিজ্য়িক আধিপত্য় ৩৬.৭৪ বিলিয়ন ডলাৰৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউকে, বেলজিয়াম, ইটালী, ফ্ৰান্স আৰু বাংলাদেশকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

      যাৰ বাবে চিন্তিত হৈ উঠিছে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। লোকসভা নিৰ্বাচনৰ পাছতেই ৰাছিয়াত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

      ১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা কি ?

      ভাৰত আৰু ৰাছিয়াই কৰা ১০০ বিলিয়ন ডলাৰৰ পৰিকল্পনা প্ৰকৃততে দ্বিপাক্ষিক বাণিজ্য। তথ্য় অনুসৰি, দুয়োখন দেশে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য় ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। দুয়ো দেশে বাণিজ্য়ৰ ভাৰসাম্য় বজাই ৰখা, শুল্ক বিহীন বাণিজ্য় প্ৰতিবন্ধকতা আঁতৰ কৰা আৰু ইউৰেচিয়ান ইকনমিক ইউনিয়ন (ইএইইউ)- ভাৰত মুক্ত বাণিজ্য় ক্ষেত্ৰৰ সম্ভাৱনা অন্বেষণ কৰাৰ লক্ষ্য় লৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত কেইবাটাও পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল।

      মঙলবাৰে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে এক যুটীয়া বিবৃতি জাৰি কৰে আৰু তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে সমগ্ৰ বিশ্বক অৱগত কৰে। লগতে দুয়োখন দেশে ৰাষ্ট্ৰীয় নীতি ব্য়ৱহাৰ কৰি দ্বিপাক্ষিক নিষ্পত্তি ব্য়ৱস্থা স্থাপন কৰা আৰু পাৰস্পৰিক নিষ্পত্তি প্ৰণালীত ডিজিটেল বিত্তীয় সঁজুলি অনাৰ পৰিকল্পনা কৰিছে।

      দুদিনীয়া ৰাছিয়া ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তি, ব্য়ৱসায়, উৎপাদন আৰু সাৰ খণ্ডত অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে দুয়োখন দেশে দ্বিপাক্ষিক ভাৰসাম্য় বাণিজ্য়ৰ বাবে ভাৰতৰ পৰা সামগ্ৰীৰ যোগান বৃদ্ধি আৰু বিশেষ বিনিয়োগ ব্য়ৱস্থাৰ অধীনত বিনিয়োগ শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

      আকৌ মোদীয়ে শক্তি খণ্ডত ভাৰতক ৰাছিয়াৰ সহায়ৰ কথা উল্লেখ কৰি কয় যে, যেতিয়া বিশ্বই খাদ্য় সামগ্ৰী, ইন্ধন আৰু সাৰৰ অভাৱৰ সন্মুখীন হৈছিল, ভাৰতে কেতিয়াও তেনেধৰণৰ সমস্য়া কৃসকসকলৰ সন্মুখত আহিবলৈ আহিবলৈ দিয়া নাই। এইক্ষেত্ৰত ৰাছিয়াইও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মোদীয়ে লগতে কয় যে ৰাছিয়াৰ সহায়ত দেশখনত পেট্ৰ’ল আৰু ডিজেলৰ কোনো অভাৱ হোৱা নাই।

      চীন আৰু আমেৰিকা কিয় চিন্তিত

      প্ৰধানমন্ত্ৰী মোদী ৰাছিয়াৰ ভূমিত উপস্থিত হোৱাৰ পাছতেই অস্থিৰতা বৃদ্ধি পায় চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত। চীনৰ কথা ক’বলৈ গ’লে , চীনে ৰাছিয়াৰ সৈতে নিজৰ ঘনিষ্ঠতা বৃদ্ধিত নিয়োজিত হৈ আছে। গতিকে ভাৰতৰ সৈতে ৰাছিয়াৰ এই বন্ধুত্বক সহজভাৱে ল’ব পৰা নাই চীনে।

      আনহাতে ৰাছিয়াৰ সৈতে আমেৰিকাৰ সম্পৰ্ক এতিয়াও সহজ নহয়। ইফালে আমেৰিকাই ভাৰতক দক্ষিণ এছিয়াৰ এক সৰ্ববৃহৎ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে গণ্য় কৰে। এনে পৰিস্থিতিত ভাৰত- ৰাছিয়াৰ বৰ্ধিত ঘনিষ্ঠতা সহজভাৱে ল’ব পৰা নাই আমেৰিকাই।

      Tags: business relationIndo-RussiaNew Planningtrade

      Related Posts

      শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি; আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে দিলে এই ৰায়
      Top News

      শ্বেখ হাছিনালৈ আন এক বিপৰ্যয়, জানক সবিশেষ…

      July 13, 2025
      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
      Top News

      কুৱালালামপুৰৰ পৰাই সমগ্ৰ বিশ্বলৈ এক শক্তিশালী বাৰ্তা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

      July 12, 2025
      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ
      Top News

      পুনৰ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

      July 12, 2025
      গাজাত অনাহাৰৰ পথত হামাছ, সাজু যুদ্ধবিৰতিৰ বাবে, সন্মত হৈছে ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ
      Top News

      গাজাত খাদ্য আৰু পানীৰ সন্ধানত নিহত পেলেষ্টাইনী, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ

      July 12, 2025
      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      Top News

      পুনৰ ইজৰাইলে কৰিছে নেকি ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা? ক’ত হ’ব এইবাৰ প্ৰথম আক্ৰমণ?

      July 11, 2025
      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…
      Top News

      ব্ৰাজিলৰ পিছত কানাডাৰ ওপৰত ক্ষোভ ট্ৰাম্পৰ! ৩৫ শতাংশ শুল্ক আৰোপ, কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

      July 11, 2025

      শীৰ্ষ সংবাদ

      প্ৰথমে প্ৰেম তাৰপাছত বিবাহ, এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰত কিন্নৰৰ দল

      ইৰাণৰ ৰাষ্ট্ৰপতি প্ৰাণ লোৱাৰ কৰাৰ পৰিকল্পনা ইজৰাইলৰ! জানক সবিশেষ

      শ্বেখ হাছিনালৈ আন এক বিপৰ্যয়, জানক সবিশেষ…

      ধিক মানসিকতা! ডাইনীৰ সন্দেহত মহিলাৰ গৃহ লণ্ড-ভণ্ড দূৰ্বৃত্তৰ…

      কিডনীক নীৰৱে ক্ষতি কৰা ১০ দৈনন্দিন অভ্যাসৰ বিষয়ে সবিশেষ…

      ভোটাৰ তালিকাত নেপাল, বাংলাদেশ, ম্যানমাৰৰ লোক… এই চাঞ্চল্যকৰ তথ্য বিহাৰৰ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP