• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাগ্য ফুলিল টেনিছ বল ক্ৰিকেটৰ চিৰ পৰিচিত এইগৰাকী ক্ৰিকেটাৰৰ; স্থান পালে KKRত

Nation NE by Nation NE
April 10, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
ভাগ্য ফুলিল টেনিছ বল ক্ৰিকেটৰ চিৰ পৰিচিত এইগৰাকী ক্ৰিকেটাৰৰ; স্থান পালে KKRত
Share on FacebookShare on TwitterWhatsApp

চলিত আই পি এল ছীজনত আশানুৰূপ প্ৰদৰ্শন কৰাত ব্যৰ্থ হোৱা কলকাতা নাইট ৰাইডাৰ্ছ শিৱিৰত যোগ দিছে টেনিছ বল ক্ৰিকেটৰ চিৰ পৰিচিত এজন অলৰাউণ্ডাৰে। তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে কে কে আৰ শিৱিৰত নেট বলাৰ হিচাপে যোগ দিছে।

টেনিছ বল ক্ৰিকেটক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আৰম্ভ হোৱা ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ চমুকৈ আই এছ পি এলৰ বিগত দুটা ছীজনত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা অভিষেক কুমাৰ দলহৰ ওৰফে কৰণ আম্বালাক চলিত বৰ্ষৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে নেট বলাৰ হিচাপে অন্তৰ্ভুক্ত কৰিছে।

আই এছ পি এল ইতিহাসৰ সবাটোকৈ দামী ক্ৰিকেটাৰ অভিষেক দলহৰে লীগত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈসকলৰ ভিতৰত অন্যতম। বলিং, বেটিং, ফিল্ডিঙত দেখুওৱা দক্ষতাৰ বাবে তেওঁ ক্ৰিকেট অনুৰাগীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

চলিত বছৰৰ আৰম্ভণিতে হোৱা আই এছ পি এলৰ দ্বিতীয় ছীজনত অমিতাভ বচ্চন মালিকানাধীন মাঝী মুম্বাই চেম্পিয়ন হোৱা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল দলহৰে। তেওঁ প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ বলাৰৰ খিতাপ দখল কৰিছিল। আনহাতে প্ৰথম ছীজনত তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান।

আম্বালাত জন্মগ্ৰহণ কৰা অভিষেকে আই এছ পি এলৰ দুটা ছীজনত ১৯ খন মেচত ৩২৪ ৰান সংগ্ৰহ কৰাৰ লগতে ৩৩টা উইকেট দখল কৰিছে।

উল্লেখ্য যে, গ্ৰাম্যাঞ্চলৰ পৰা আই এছ পি এলৰ দৰে ডাঙৰ মঞ্চৰ জৰিয়তে আই পি এল চিষ্টেমত প্ৰৱেশ কৰাটো ভাৰতৰ কোটি কোটি টেনিছ বল ক্ৰিকেটাৰৰ বাবে উৎসাহজনক আশাৰ খবৰ বুলি গণ্য কৰা হৈছে।

Tags: Abhishek DalhorIPLISPLKKR

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025