• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, July 6, 2025
28 °c
Guwahati
29 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ

    বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

    কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ দিন; জানিবলৈ পঢ়ক ৰাশিফল

    এটা মাত্ৰ কাম কৰিলে আপুনিও ৰক্ষা পৰিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা…

    হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটৰ ঘটনা, আৰু তাৰপিছত…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    নাৰীসৰবৰাহক কেন্দ্ৰ কৰি অসমৰ এখন গাঁৱত চাঞ্চল্যকৰ পৰিস্থিতি

    ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

    ইজৰাইল-গাজাৰ যুদ্ধবিৰতি! ট্ৰাম্পৰ অনুৰোধ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২ আৰু ৭ মে’ত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ, পঢ়ক সবিশেষ

      Nation NE by Nation NE
      April 11, 2025
      in Top News, BIG BREAKING, অসম
      0 0
      ২ আৰু ৭ মে’ত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ, পঢ়ক সবিশেষ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      অহা মে’ মাহত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে বন্ধ ঘোষণা ঘোষণা কৰিছে। ২ মে’ত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ১৪ খন জিলাত বন্ধ ঘোষণা কৰিছে।

      এই ১৪ খন জিলা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হালাকান্দি আৰু শ্ৰীভূমি।

      আনহাতে ৭ মে’ত আন ১৩ খন জিলাত বন্ধ ঘোষণা কৰিছে। ৭ মে’ত এই কেইখন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

      জিলা কেইখন হৈছে ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।

      উল্লেখ্য যে, ৰাজ্যিক নিৰ্বাচন আয়ুক্তই জনোৱা অনুসৰি এইবাৰ পঞ্চায়ত নিৰ্বাচনত ১,৮০,৩৬,৬৮২ গৰাকী ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৯০,৭১,২৬৪ গৰাকী পুৰুষ, ৮৯,৬৫,০১০ গৰাকী মহিলা আৰু ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

      ইতিমধ্যে আজি অন্ত পৰিল মনোনয়ন পত্ৰ প্ৰদানৰ সময়। ১২ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ’ব আৰু মননোয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ এপ্ৰিল।

      Tags: #AssamLocal HolidayPanchayat Election

      Related Posts

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
      Top News

      July 5, 2025
      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা,  জানক এই দেশৰ…
      Top News

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      July 5, 2025
      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?
      Top News

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      July 5, 2025

      শীৰ্ষ সংবাদ

      জল ব’ৰ্ডক লৈ দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

      শৃংখলাৰ মাজতেই সলনি কৰা হ’ল ইংলেণ্ডৰ অধিনায়ক

      পলাতক নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

      নিশাৰ আহাৰ গ্ৰহণৰ পিছত কৰা এই ভুলে কৰিব পাৰে আপোনাৰ এই ক্ষতি

      অধিক সন্তান জন্ম দিবলৈ চৰকাৰে প্ৰদান কৰে লাখ লাখ টকা, জানক এই দেশৰ…

      আজি শনিবাৰ, জানো আহক কি কি কৰিলে শনিৰ দশাৰ মুক্ত হ’ব পাৰি?

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      - Select Visibility -