• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 7, 2026
28 °c
Guwahati
27 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ মুছলমানক কি কৈছে ইউ এ ইৰ ইমামে, ৱাকফ বৰ্ডৰ বিষয়ে এক ডাঙৰ বক্তব্য

Nation NE by Nation NE
April 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কাইলৈ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত সমাগম হ’ব লাখ লাখ মুছলমান
Share on FacebookShare on TwitterWhatsApp

ভাৰতত ৱাকফ সংশোধনী আইন সন্দৰ্ভত চলি থকা বিতৰ্কক লৈ সংযুক্ত আৰব আমিৰশ্বাহীৰ এজন ইমামে এক ডাঙৰ বক্তব্য দিছে, যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে। গ্ল’বেল ইমাম কাউন্সিলৰ গভৰ্নিং মেম্বাৰ মহম্মদ তাৱহিদীয়ে ভাৰতীয় মুছলমানসকলক ৱাকফ ব’ৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।

মহম্মদ তাৱহিদীয়ে কয় যে, ৱাকফ ব’ৰ্ডৰ চৰকাৰী নিৰীক্ষণ অতি প্ৰয়োজনীয়। লগতে তেওঁ কয় যে ৱাকফ ব’ৰ্ড কেৱল মুছলমানৰ বাবেই নহয় বৰঞ্চ ই হিন্দু, অন্য ধৰ্মৰ লোক আৰু সমগ্ৰ মানৱ জাতিৰ বাবেই উপযোগী হ’ব লাগে।

মহম্মদ তাৱহিদীয়ে কয় যে, তেওঁ বিশ্বাস কৰে যে, ৱাকফ ব’ৰ্ডে ইছলাম, মুছলমান সমাজ আৰু সমগ্ৰ মানৱতাৰ সেৱাত গুৰুত্ব দিব লাগে, ঠিক যেনেকৈ তেওঁলোকে ইউ এ ইত কৰি আছে। ধৰ্মীয় অনুষ্ঠানসমূহে আইন অনুসৰণ কৰি ইতিবাচক দৃষ্টিভংগীৰে সমাজৰ কল্যাণৰ বাবে কাম কৰিব লাগে বুলিও তেওঁ কয়।

তাউহিদীয়ে কয় যে, ইউ এ ইৰ ৱাকফ ব’ৰ্ডসমূহে সম্পূৰ্ণ পেছাদাৰীভাৱে কাম কৰে। আইনগতভাৱে শক্তিশালী, সমাজত অতিশয় সন্মান লাভ কৰা, এই ব’ৰ্ডসমূহে দেশৰ বিভিন্ন প্ৰান্তত দেশৰ মুছলমান ধৰ্মীয় গাঁথনি উন্নত পদ্ধতিৰে পৰিচালনা কৰে।

ভাৰতীয় মুছলমানসকলক পৰামৰ্শ দি মহম্মদ তাৱহিদীয়ে কয় যে, ইউ এ ইয়ে নিজৰ দেশৰ সকলো ধৰ্ম আৰু ধৰ্মীয় স্থানৰ বাবে এক উত্তম আদৰ্শ দাঙি ধৰিছে, যি সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে আদৰ্শ হ’ব পাৰে।

তেওঁ কয় যে ৱাকফ ব’ৰ্ড কেৱল মুছলমানসকলৰ বাবেই নহয়, মন্দিৰ, গীৰ্জা আৰু অন্যান্য উপাসনা স্থানৰ বাবেও। গতিকে এই আইনৰ অধীনত সকলোকে সুৰক্ষা আৰু সন্মান দিয়া হয়। তাৱিদীয়ে স্পষ্টকৈ কয় যে, এই সকলোবোৰৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। সকলোৰে বাবে আইন একে আৰু সকলোৱে ইয়াক মানি চলিব লাগে।

Tags: muslimPropertyWAQF

Related Posts

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…
Top News

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

June 7, 2026
বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…
Top News

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

June 7, 2026
অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…
Top News

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

June 7, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 7, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 7, 2026

শীৰ্ষ সংবাদ

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025