• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 7, 2026
28 °c
Guwahati
27 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE by Nation NE
June 7, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Share on FacebookShare on TwitterWhatsApp
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
  • ১৫৩৯- আফগান শ্বেৰ শ্বাহ ছুৰীয়ে বাক্সাৰ সমীপৰ চৌছা যুদ্ধত মোগল সম্ৰাট হুমায়ুনক পৰাস্ত কৰে।
  • ১৬৩১- মোগল সম্ৰাট শ্বাহজাহানৰ পত্নী মুমতাজ বেগমৰ ৩৯ বছৰ বয়সত বুৰহানপুৰত মৃত্যু হয়।
  • ১৮৯৩- মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে নাগৰিক অবাধ্যতাৰ ব্যৱহাৰ কৰে।
  • ১৯৮৯- ভাৰতৰ দ্বিতীয়টো উপগ্ৰহ প্ৰথম ভাস্কৰা ছোভিয়েট ৰকেটৰ দ্বাৰা উৎক্ষেপণ কৰা হয়।
  • ১৯৯৫- নৰ্মান থাগাৰ্ড মহাকাশ কক্ষপথত আটাইতকৈ বেছি সময় থকা আমেৰিকাৰ মহাকাশচাৰী হিচাপে পৰিগণিত হয়।
  • ১৯৯৮- ফ্ৰেঞ্চ অ’পেনত পুৰুষৰ একক শাখাত স্পেইনৰ কাৰ্লোছ ময়াই খিতাপ দখল কৰে।
  • ১৯৯৯- শ্ৰীলংকাত প্ৰব্ৰজন নিয়ম বাতিল কৰা হয়।
  • ২০০০- আমেৰিকাৰ আদালতে মাইক্ৰ’ছফ্টক দুটা ভাগত বিভক্ত কৰাৰ নিৰ্দেশ দিয়ে।
  • ২০০৪- ইজৰাইলৰ কেবিনেটে গাজা ষ্ট্ৰিপৰ পৰা বসতি আঁতৰোৱাৰ প্ৰস্তাৱত অনুমোদন জনায়।
  • ২০০৬- ভাৰতে নেপালক অৰ্থনৈতিক পুনৰ্গঠনৰ বাবে এক বিলিয়ন টকা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
  • ২০০৭- আমেৰিকাই ছৌদি আৰবৰ প্ৰাক্তন ৰাষ্ট্ৰদূত প্ৰিন্স বান্দৰ বিন চুলতানৰ সৈতে জড়িত বহু কোটি পাউণ্ডৰ অস্ত্ৰ দালালি কেলেংকাৰিৰ উন্মোচন কৰে।
  • ২০০৮- উত্তৰ প্ৰদেশ চৰকাৰে ৰন্ধন গেছৰ ৪% ভেট সম্পূৰ্ণৰূপে বিলুপ্ত কৰে।
Tags: global newsHistory EventsWorld news

Related Posts

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 7, 2026

শীৰ্ষ সংবাদ

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?

৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025