• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাজোত ভোটাৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এগৰাকী যুৱতী প্ৰাৰ্থী

Nation NE by Nation NE
April 23, 2025
in Top News, অসম
0 0
হাজোত ভোটাৰ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু এগৰাকী যুৱতী প্ৰাৰ্থী
Share on FacebookShare on TwitterWhatsApp

পঞ্চায়ত নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ইতিমধ্যে যুদ্ধকালীন তৎপৰতা দেখা গৈছে দলীয় প্ৰাৰ্থীসকলৰ মাজত। তেনে সময়তে হাজোত ভোটাৰ ৰাইজক আকৰ্ষিত কৰিছে এগৰাকী উচ্চ শিক্ষিতা যুৱতীয়ে।

নাম তেওঁৰ বনানী দাস। উচ্চ শিক্ষাৰে শিক্ষিত বনানীয়ে মন স্থিৰ কৰি ৰাজনীতিলৈ বুলি ওলাই আহিছে। ভাৰতৰ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত বনানী দাসে এইবেলি পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

পঞ্চায়ত নিৰ্বাচনত হাজোৰ কনিষ্ঠ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বনানীয়ে ৰাজনীতিৰ সমানে সমানে প্ৰস্তুতি চলাইছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবেও। আনক সমালোচনা কৰি থকাতকৈ সমাজখন স্বচ্ছ নিকা কৰাৰ স্বাৰ্থত নৱ প্ৰজন্মক ওলাই আহিবলৈ আহ্বান হাজো বিষ্ণুপুৰৰ বাসিন্দা বনানী দাসৰ।

আন দলীয় প্ৰাৰ্থী সকলৰ সমান্তৰালকৈ ২নং হাজো গাঁও পঞ্চায়তৰ ৬নং ৱাৰ্ডৰ সদস্যা পদৰ প্ৰাৰ্থী বনানীয়ে নৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। ঘৰে ঘৰে গৈ লৈছে জ্যেষ্ঠ জনৰ আশীৰ্বাদ।

Input- Mintu Kalita (Hajo)

Tags: HajoPanchayat ElectionYouth Candidate

Related Posts

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026

শীৰ্ষ সংবাদ

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025