• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক

Nation NE by Nation NE
May 12, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, ১৪ জনৰ প্ৰাহানিৰ লগতে আহত ৩০ জনতকৈও অধিক
Share on FacebookShare on TwitterWhatsApp

১১ এপ্ৰিলত নিশা প্ৰায় ১২.১৫ বজাত ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ-বালোদাবজাৰ সংলগ্ন মূল পথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত ১৪ জন লোক নিহত হোৱাৰ লগতে ৩০ জনতকৈ অধিক আহত হয়। এই আহতসকলক ৰায়পুৰ চিকিৎসালয়লৈ অনা হয়।

বিবাহ অনুষ্ঠানত অংশ লৈ গাড়ীৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত একাংশৰ অৱস্থা অতি গুৰুতৰ। প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত অধিকাংশই মহিলা।

তথ্য অনুসৰি, সৰগাঁৱৰ সমীপত সন্মুখৰ পৰা আহি থকা এখন তীব্ৰবেগী ট্ৰেইলাৰে ভুক্তভোগীসকলৰ বাহনখনক জোৰেৰে খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে বাহনখনত থকা বহু লোকৰ থিতাতে প্ৰাণহানি হয়। এই সকলৰ ভিতৰত ৪টা শিশুও আছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত ৫০ জনতকৈ অধিক লোক আছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত চিঞৰ-বাখৰ লাগে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৱদ্ধসকলক স্থানীয় লোকৰ সহায়ত উদ্ধাৰ কৰা হয়।

আহতসকলক ততাতৈয়াকৈ খাৰোৰা সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰায়পুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। একাংশৰ অৱস্থা বৰ্তমান সংকটজনক হৈ আছে।

ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ উচিত তদন্ত অব্যাহত ৰাখিছে।

Tags: #AccidentChhattisgarhWar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025