• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB

Nation NE by Nation NE
May 17, 2025
in Top News, ক্ৰীড়া
0 0
আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল; প্লে অফত স্থান নিশ্চিত কৰাৰ লক্ষ্যৰে নামিব RCB
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু পাকিস্তানৰ মাজত চলা যুদ্ধসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৯ মে’ত এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে। দেশ দুখনৰ মাজত যুদ্ধ বিৰতি ঘোষণা হোৱাৰ পাছত আই পি এলৰ অৱশিষ্ট মেচসমূহ আজিৰ পৰা পুনৰ আৰম্ভ হ’ব।

আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত প্ৰতিদ্বন্দ্বিতা হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত। যদিহে আজিৰ মেচখনত কে কে আৰক পৰাস্ত কৰিব পাৰে তেন্তে প্লে অফত উপনীত হোৱাৰ পথ প্ৰসস্ত হ’ব আৰ চি বিৰ।

সাময়িকভাৱে আই পি এল স্থগিত হোৱাৰ পিছতে বিভিন্ন চৰ্চা চলিছিল যে দলসমূহত আৰু যোগ নিদিয়ে বিদেশী তাৰকা খেলুৱৈয়ে। কিন্তু আৰ চি বিৰ বাবে সকাহৰ বিষয় এইটোৱে যে দলটোৰ শিৱিৰত যোগ দিছে দুই তাৰকা ক্ৰমে টিম ডেভিড আৰু ৰোমাৰিঅ’ শ্বেফাৰ্ডে। এই দুয়োজন তাৰকাৰ উপস্থিতিয়ে নিঃসন্দেহে দলটোৰ বেটিঙৰ গভীৰতা বৃদ্ধি কৰিব।

উল্লেখ্য যে, চলিত আই পি এল ছিজনত আৰ চি বিয়ে ১১খন খেলৰ ৮খন মেচত জয়ী হৈ ১৬ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। পইণ্ট তালিকাৰ শীৰ্ষত আছে গুজৰাট টাইটানছ।

আৰ চি বি, গুজৰাট টাইটানছৰ উপৰি প্লে অফৰ দৌৰত আছে পঞ্জাৱ কিংছ, মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছো।

Tags: IPL 2025KKRRCB

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025