• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বহিঃৰাষ্ট্ৰত পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ ওফৰাবলৈ যাব ভাৰতৰ ৭টা দল; তালিকাত নাম নাই গৌৰৱ গগৈৰ

Nation NE by Nation NE
May 18, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈৰ ফাইল ফটো।

Share on FacebookShare on TwitterWhatsApp

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দূৰৰ জৰিয়তে পাকিস্তানত থকা সন্ত্ৰাসবাদী ঘাটি কেনেকৈ ধ্বংস কৰিলে? ভাৰতৰ এই কাৰ্যত ক্ষুব্ধ হৈ পাকিস্তানে যেতিয়া ভাৰতক আক্ৰমণ কৰিছিল, তেতিয়া ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিয়া হৈছিল?

অপাৰেশ্যন সিন্দূৰৰ লগতে পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিবলৈ বিদেশলৈ যাবলগীয়া ভাৰতীয় সাংসদৰ প্ৰতিনিধি দলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাইছে। ভাৰতৰ পৰা যাবলগীয়া এই প্ৰতিনিধি দলত প্ৰতিটো ৰাজনৈতিক দলৰ সাংসদৰ ৭ খন তালিকা প্ৰস্তুত কৰা হৈছে। য’ত শাসকীয় দলৰ লগতে বিৰোধী দলৰ সাংসদ আৰু কূটনৈতিক বিষয়াও আছে।

এই আটাইকেইটা গোটে অনাগত দিনত বিভিন্ন দেশ ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি আৰু পাকিস্তানৰ কুৎসিত ষড়যন্ত্ৰ উদঙাই দিব।

অপাৰেশ্যন সিন্দূৰৰ সম্পূৰ্ণ কাহিনী জনাবলৈ তথা সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ প্ৰকৃত স্বৰূপ উদঙাবলৈ যাবলগীয়া প্ৰতিনিধি দল কেইটা

গ্ৰুপ-১: নেতা- বৈজয়ন্ত পাণ্ডা (বিজেপি সাংসদ)

সদস্য- নিশিকান্ত ডুবে, ফাংনন কন্যাক, ৰেখা শৰ্মা, আছাদুদ্দিন ওৱেইছি, সতনম সিং সন্ধু, গুলাম নবী আজাদ, হৰ্ষ শৃংলা

ভ্ৰমণ কৰিবলগীয়া দেশ- চৌদি আৰব, কুৱেইট, বাহৰেইন আৰু আলজেৰিয়া।

গ্ৰুপ- ২: নেতা- ৰবিশংকৰ প্ৰসাদ (বিজেপি, সাংসদ)

সদস্য- ডগ্গুবাটি পুৰন্দেশ্বৰী, প্ৰিয়ংকা চতুৰ্বেদী, গুলাম আলী খাটানা, অমৰ সিং, সমীক ভট্টাচাৰ্য, এম জে আকবৰ, পংকজ সাৰণ

ভ্ৰমণ কৰিবলগীয়া দেশ- ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইউৰোপীয়ন ইউনিয়ন, ইটালী আৰু ডেনমাৰ্ক।

গ্ৰুপ- ৩: নেতা- সঞ্জয় ঝা, (জেডিইউ, সাংসদ)

সদস্য- অপৰাজিতা সাৰংগী, ইউছুফ পাঠান, ব্রিজ লাল, ডাঃ জন ব্রিটাছ, প্রদান বৰুৱা, হেমাং যোশী, ছলমান খুৰছিদ, মোহন কুমাৰ

ভ্ৰমণ কৰিবলগীয়া দেশ- ইণ্ডোনেছিয়া, মালয়েছিয়া, কোৰিয়া ৰিপাব্লিক, জাপান আৰু ছিংগাপুৰ।

গ্ৰুপ- ৪: নেতা- শ্ৰীকান্ত সিন্দে, (শিৱ সেনা, সাংসদ)

সদস্য- বাঁসুৰী স্বৰাজ, ই টি মহম্মদ বছিৰ, অতুল গাৰ্গ, ডাঃ সমীত পাঠক, সুমন কুমাৰী মিশ্ৰা, এছ এছ আহলুৱালিয়া, ৰাষ্ট্ৰদূত সুজান চিনয়

ভ্ৰমণ কৰিবলগীয়া দেশ- ইউ এ ই, লাইবেৰিয়া, কংগো, ছিয়েৰা লিঅ’ন।

গ্ৰুপ-৫: নেতা- শশী থাৰুৰ, কংগ্ৰেছৰ সাংসদ

সদস্য- ছৰফৰাজ আহমেদ, জি এম হৰিশ বালযোগী, শশাংক মণি ত্ৰিপাঠী, ভুৱনেশ্বৰ কলিতা, মিলিন্দ মুৰলী দেওৰা, তৰণজিৎ সিং সন্ধু, তেজস্বী সূৰ্য্য

ভ্ৰমণ কৰিবলগীয়া দেশ- আমেৰিকা, পানামা, কানাডা, ব্ৰাজিল, কলম্বিয়া।

গ্ৰুপ-৬: নেতা- কানিমোঝি কৰুণানিধি, (ডি এম কেৰ সাংসদ)

সদস্য- ৰাজীৱ ৰায়, মিঞা আলতাফ আহমেদ, কেপ্তেইন ব্রিজেশ চৌটালা, প্ৰেম চান্দ গুপ্তা, ড০ অশোক কুমাৰ মিট্টল, ৰাষ্ট্ৰদূত মঞ্জীৱ এছ পুৰী, ৰাষ্ট্ৰদূত জাভেদ আশ্ৰফ

ভ্ৰমণ কৰিবলগীয়া দেশ- শ্লোভেনিয়া, গ্ৰীচ, লাটভিয়া, ৰাছিয়া।

গ্ৰুপ-৭: নেত্ৰী- সুপ্ৰিয়া চুলে (এন চি পি, শাৰদ পাৱাৰ ফৈদৰ সাংসদ)

সদস্য- ৰাজীৱ প্ৰতাপ ৰুডী, বিক্ৰম জিত সিং সহায়, মনীষ তিৱাৰী, অনুৰাগ সিং ঠাকুৰ, লৱ শ্ৰীকৃষ্ণ দেৱৰায়লু, আনন্দ শৰ্মা, ভি মুৰালিধৰণ, ৰাষ্ট্ৰদূত চৈয়দ আকবৰুদ্দিন

ভ্ৰমণ কৰিবলগীয়া দেশ- ইজিপ্ত, কাটাৰ, ইথিওপিয়া, দক্ষিণ আফ্ৰিকা।

অহা ২৩ মে’ত ৰাষ্ট্ৰসমূহলৈ যাত্ৰা কৰিব প্ৰতিনিধি দলসমূহে।

উল্লেখ্য যে এই সাতটা প্ৰতিনিধিতৰ দলত নাম নাই অসমৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ। প্ৰথম অৱস্থাত গৌৰৱ গগৈৰ নাম চৰ্চা হৈছিল যদিও পাকিস্তানৰে লিংক থকাৰ অভিযোগৰ পিছতেই এই তালিকাৰ পৰা নাম কটা গ’ল সাংসদ গগৈৰ।

Tags: DelegationIndiaMPPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল
Top News

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

January 25, 2026
কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’
Top News

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

January 25, 2026
হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…
Top News

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

January 25, 2026
২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025